নুমলীগড় শোধনাগাৰ ৱৰ্কাৰ্ছ ইউনিয়নে শোধনাগাৰ কৰ্তৃপক্ষ আৰু বহিৰাগত নিৰ্মাণ কোম্পানীৰ বিৰুদ্ধে আজি দ্বাৰ সভাৰ জৰিয়তে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। শোধনাগাৰৰ তিনিখনকৈ মূল প্ৰবেশদ্বাৰ ক্ৰমে মুখ্য দ্বাৰ, প্ৰগতি দ্বাৰ আৰু মাৰ্কেটিং টাৰ্মিনেলৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত দ্বাৰ সভাৰ জৰিয়তে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে৷ শ্ৰমিকৰ প্ৰাপ্য অধিকাৰ , থলুৱা শ্ৰমিকৰ নিযুক্তি , শোধনাগাৰৰ নীতি অনুসৰি শ্ৰমিকৰ মজুৰি প্ৰদানৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে৷
উল্লেখ্য যে তিনি মিলিয়ন মেট্ৰিক টনৰ পৰা ন মিলিয়ন মেট্ৰিকটনলৈ সম্প্ৰসাৰণৰ কাম চলি থকা শোধনাগাৰটোত ঠিকা লাভ কৰা একাংশ বহিৰাগত কোম্পানীয়ে থলুৱা শ্ৰমিকক বঞ্চিত কৰি বহিৰাগত শ্ৰমিক কৰ্মচাৰীৰ নিযুক্তি প্ৰদান কৰাৰ অভিযোগ ৱৰ্কাৰ্চ ইউনিয়নৰ । ইয়াক কেন্দ্ৰ কৰি ক্ষুণ্ণ হৈ পৰে নুমলীগড় শোধনাগাৰ ৱৰ্কাৰ্ছ ইউনিয়ন ৷ প্ৰতিবাদকাৰীসকলে শীঘ্ৰেই দাবী সমুহ কাৰ্যকৰীকৰণৰ দাবী জনায় অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও শোধনাগাৰ কৰ্তৃপক্ষক সকীয়নি প্ৰদান কৰে শ্ৰমিকসকলে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अकनिर कविता घर,असम का२९वां स्थापना दिवस की तैयारी, सभा आयोजित।
बच्चों के सर्वांगीण विकास साधन के लिए वर्ष १९९४के १जनवरी को स्थापित व्यक्तिक्रम धर्मी शिशु...
રાજુલા બાઈક આડે આખલો પડતા યુવકનું મોત
રાજુલા બાઈક આડે આખલો પડતા યુવકનું મોત
રાજ્યમાં દારૂ ઘુસાડનાર બુટલેગર સામે કાર્યવાહી@Sandesh News
રાજ્યમાં દારૂ ઘુસાડનાર બુટલેગર સામે કાર્યવાહી@Sandesh News