নুমলীগড় শোধনাগাৰ ৱৰ্কাৰ্ছ ইউনিয়নে শোধনাগাৰ কৰ্তৃপক্ষ আৰু বহিৰাগত নিৰ্মাণ কোম্পানীৰ বিৰুদ্ধে আজি দ্বাৰ সভাৰ জৰিয়তে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। শোধনাগাৰৰ তিনিখনকৈ মূল প্ৰবেশদ্বাৰ ক্ৰমে মুখ্য দ্বাৰ, প্ৰগতি দ্বাৰ আৰু মাৰ্কেটিং টাৰ্মিনেলৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত দ্বাৰ সভাৰ জৰিয়তে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে৷ শ্ৰমিকৰ প্ৰাপ্য অধিকাৰ , থলুৱা শ্ৰমিকৰ নিযুক্তি , শোধনাগাৰৰ নীতি অনুসৰি শ্ৰমিকৰ মজুৰি প্ৰদানৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে৷
উল্লেখ্য যে তিনি মিলিয়ন মেট্ৰিক টনৰ পৰা ন মিলিয়ন মেট্ৰিকটনলৈ সম্প্ৰসাৰণৰ কাম চলি থকা শোধনাগাৰটোত ঠিকা লাভ কৰা একাংশ বহিৰাগত কোম্পানীয়ে থলুৱা শ্ৰমিকক বঞ্চিত কৰি বহিৰাগত শ্ৰমিক কৰ্মচাৰীৰ নিযুক্তি প্ৰদান কৰাৰ অভিযোগ ৱৰ্কাৰ্চ ইউনিয়নৰ । ইয়াক কেন্দ্ৰ কৰি ক্ষুণ্ণ হৈ পৰে নুমলীগড় শোধনাগাৰ ৱৰ্কাৰ্ছ ইউনিয়ন ৷ প্ৰতিবাদকাৰীসকলে শীঘ্ৰেই দাবী সমুহ কাৰ্যকৰীকৰণৰ দাবী জনায় অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও শোধনাগাৰ কৰ্তৃপক্ষক সকীয়নি প্ৰদান কৰে শ্ৰমিকসকলে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
লখিমপুৰ-ধেমাজিৰ সীমান্ত অঞ্চলৰ কণমানি নাম অয়নমণি বৰাই ASSAM BOOK OF RECORDৰ খিতাপ
লখিমপুৰ-ধেমাজিৰ সীমান্ত অঞ্চলৰ কণমানি নাম অয়নমণি বৰাই ASSAM BOOK OF RECORDৰ খিতাপ
ভেৰগাঁৱত ষষ্ঠ বাৰ্ষিক আন্ত: ক্লাৱ ফুটবল টুৰ্নামেণ্ট
ভেৰগাঁৱত ষষ্ঠ বাৰ্ষিক আন্ত: ক্লাৱ ফুটবল টুৰ্নামেণ্ট
Glenn Maxwell Double Century : डटे रहे Cummins, Maxwell की डबल सेंचुरी में दिया बहुत बड़ा योगदान
Glenn Maxwell Double Century : डटे रहे Cummins, Maxwell की डबल सेंचुरी में दिया बहुत बड़ा योगदान
महाराष्ट्र के नंदुरबार में धार्मिक जुलूस पर पथराव:उपद्रवियों ने घर-गाड़ियों में आग लगाई
महाराष्ट्र के नंदुरबार में धार्मिक जुलूस के दौरान दो गुटों में हिंसक झड़प हो गई। नंदुरबार पुलिस...
ધાનેરાના અપક્ષ ધારાસભ્ય માવજીભાઈ દેસાઈ જોડાશે ભાજપમાં.
શપથવિધિ પહેલા અપક્ષ ધારાસભ્યોની યોજાઈ બેઠક બાયડ,વાઘોડિયા,ધાનેરાના અપક્ષ ધારાસભ્યોની બેઠક યોજાઈ...