শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত জিলাৰ অন্তৰ্গত ব্লক কংগ্ৰেছ আৰু ভাতৃ-ভগ্নী সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত কংগ্ৰেছৰ ৰাজ্যজুৰি হব লগা " Bharat jodo Yatra" সন্দৰ্ভত নাজিৰা ৰাজীৱ ভৱনত অনুষ্ঠিত হয় বিশেষ আলোচনা সভা । এই সভাত উপস্থিত থাকে বিধানসভাৰ বিৰোধী দলপতি তথা নাজিৰাৰ বিধায়ক দেবব্ৰত শইকীয়া , শিৱসাগৰ জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি মঞ্জিৰ গগৈ, জিলা কংগ্ৰেছ মহিলা সমিতিৰ সভানেত্ৰী, জিলা যুৱ কংগ্ৰেছৰ সভাপতি আৰু দলীয় কাৰ্যকৰ্তা সকল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भरत मोदी सर्व सम्मती से बने बालोतरा जिलाध्यक्ष
भरत मोदी सर्व सम्मती से बने बालोतरा जिलाध्यक्ष
संगठन सर्वोपरि की भावना से करेंगे काम :...
শিমলুগুৰিত ধান ক্ৰয় কেন্দ্ৰ মুকলি
নাৰায়ণপুৰ উন্নয়ন খন্ডৰ অন্তৰ্গত শিমলুগুৰি গাঁও পঞ্চায়তত আজি ধান ক্ৰয় কেন্দ্ৰৰ উদ্বোধন কৰা হয় ৷...
एमपीएससीच्या परीक्षेमुळे युवा महोत्सवाच्या तारखेत बदल!
आता 9 ऑक्टोबर पासून सुरु होणार युवा महोत्सव!
सोलापूर - पुण्यश्लोक अहिल्यादेवी...
ৰেল আৰক্ষীৰ জালত দুই ড্ৰাগছ আৰু বিদেশী চিগাৰেট সৰবৰাহকাৰী
গুৱাহাটী ৰেল ষ্টেচনত ৰেল আৰক্ষীৰ সফল অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বিদেশী চিগাৰেট।...