গুৱাহাটী ৰেল ষ্টেচনত ৰেল আৰক্ষীৰ সফল অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বিদেশী চিগাৰেট। GRPৰ অভিযানত জব্দ হৈছে ৭০০ গ্ৰাম মৰ্ফিন আৰু বৃহৎ পৰিমাণৰ চিগাৰেটৰ পেকেট। উজনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ প্ৰায় ৬০ লাখ টকাৰ মৰ্ফিন। আৰক্ষী বিষয়া প্ৰসেনজিৎ দাসৰ নেতৃত্বত বহুকেইখন ৰেলত চলিছিল অভিযান। অতি কৌশলেৰে দুটা বেগৰ ভিতৰত সৰবৰাহ কৰি আনিছিল নিচাজাতীয় দ্ৰব্যখিনি। আনহাতে দুটা ট্ৰলী বেগৰ ভিতৰত আনিছিল বিদেশী চিগাৰেটখিনি। ৰেল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুটা মৰ্ফিন সৰবৰাহকাৰী আৰু এটা চিগাৰেট সৰবৰাহকাৰীক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Swaroopanand Saraswati Death: कैसा रहा जीवन, पोथीराम कैसे बने थे शंकराचार्य | #Special #News
Swaroopanand Saraswati Death: कैसा रहा जीवन, पोथीराम कैसे बने थे शंकराचार्य | #Special #News
চাবুৱাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত কংগ্ৰেছ দলৰ উদ্যোগত গৌৰৱময় যাত্ৰা সমদল
চাবুৱাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত কংগ্ৰেছ দলৰ উদ্যোগত গৌৰৱময় যাত্ৰা সমদল
વડાપ્રધાન શ્રી દ્વારા ઈશ્વરીયા પાર્ક નજીક આધુનિક ટેકનોલોજી યુક્ત રિઝનલ સાયન્સ સેન્ટર ને ખુલ્લું મૂકશે
વડાપ્રધાન શ્રી નરેન્દ્ર ભાઈ મોદી રાજકોટ ખાતે ઇશ્વરિયા પાર્ક નજીક આધુનિક ટેકનોલોજી યુક્ત રિઝનલ...
PM Modi LIVE | Gujarat Election | विरोधियों के अपशब्द कहने पर क्यों चुप हैं मोदी ? | Arvind Kejriwal
PM Modi LIVE | Gujarat Election | विरोधियों के अपशब्द कहने पर क्यों चुप हैं मोदी ? | Arvind Kejriwal
બાબરા તાલુકાની કય પ્રાથમિક પાસે ગંદા પાણી ભરાયા જુઓ માત્ર અમરેલી મેટ્રો ન્યુઝ ચેનલ પર
બાબરા તાલુકાની કય પ્રાથમિક પાસે ગંદા પાણી ભરાયા જુઓ માત્ર અમરેલી મેટ્રો ન્યુઝ ચેનલ પર