নাৰায়ণপুৰ উন্নয়ন খন্ডৰ অন্তৰ্গত শিমলুগুৰি গাঁও পঞ্চায়তত আজি ধান ক্ৰয় কেন্দ্ৰৰ উদ্বোধন কৰা হয় ৷ গ্ৰামাঞ্চলৰ কৃষকে চৰকাৰে নিধাৰণ কৰা ধানৰ উচিত মূৰ্ল্য লাভ কৰাৰ লগতে সহজতে উৎপাদিত ধান বিক্ৰী কৰিবৰ বাবে ৰাজ্য চৰকাৰে পঞ্চায়তে পঞ্চায়তে স্থাপন কৰা ধান ক্ৰয় কেন্দ্ৰ আঁচনিৰ জৰিয়তে শিমলুগুৰি গাঁও পঞ্চায়তটোত কেন্দ্ৰটো মুকলি কৰা হয় ৷ স্থানীয় বিধায়ক অমিয় কুমাৰ ভূঞাই লখিমপুৰ জিলা উপায়ুক্ত সুমিত চাট্টাৱন আৰু শিমলুগুৰি পঞ্চায়ত সভানেত্ৰী শিখামনী বৰকটকীৰ উপস্থিতিত কেন্দ্ৰটো মুকলি কৰে ৷ কেন্দ্ৰটো মুকলি পাছত জিলা উপায়ুক্ত গৰাকীয়ে পঞ্চায়তৰ বিভিন্ন উন্নয়ন মূলক কামৰ বিষয়ে পঞ্চায়ত সভানেত্ৰী আৰু প্ৰতিনিধিৰে আলোচনা কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
IPL 2023 में Rinku Singh ने मचाया धमाल, फिर टीम इंडिया में अपनी एंट्री के सवाल पर दिया ये इमोशनल बयान
Rinku Singh Response On Team India Selection। आईपीएल 2023 में कोलकाता नाइट राइडर्स के स्टार...
બોગસ માર્કશીટ કૌભાંડમાં ઝડપાયેલ રાલેજનો મયુર ગોહેલ ૧૭મી સુધી રિમાન્ડ પર !
પેટલાદ તાલુકાના ચાંગા ખાતેથી બોગસ માર્કશીટ બનાવી વિદેશ મોકલવાનો રેકેટ એસ.ઓ.જી પોલીસે ઝડપી પાડ્યો...
Haldwani Violence की कहानी, किसने चलाए पुलिस पर पत्थर? RLD-BJP में 'गठबंधन' के पीछे का खेल | LT Show
Haldwani Violence की कहानी, किसने चलाए पुलिस पर पत्थर? RLD-BJP में 'गठबंधन' के पीछे का खेल | LT Show
रामगंजमंडी में सावन के पहले सोमवार पर सजे शिवालय: मंदिरों में उमड़े श्रद्धालु, शिव भक्तो की कावड़ यात्रा उज्जैन के लिए रवाना
रामगंजमंडी
सावन की शुरुआत के साथ ही रामगंजमंडी क्षेत्र के शिवालयों पर भगवान शिव के जयकारे गूंजने...