কাজিৰঙাত প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন। এহাল দম্পতীৰ পৰিচৰ্যা বিলুপ্তিপ্ৰায় ঘৰচিৰিকাক।কাজিৰঙাৰ কহঁৰাৰ অসম পৰ্যটন বিভাগৰ কৰ্মচাৰী দম্পতী কৃষ্ণ বৰা আৰু ৰিকমিক বৰাই পৰিচৰ্যা কৰি আহিছে বিলুপ্তিপ্ৰায় ঘৰচিৰিকাক।তেওলোকে বাস কৰা বিভাগীয় আৱাসৰ সমুখলৈ আহি পুৱা গধূলি ভিৰ কৰে জাকে জাকে ঘৰচিৰিকা।কৃষ্ণ বৰাৰ সুহুৰিৰ সুৰ শুনিলেই মুহূৰ্ততে ঘৰৰ সমুখভাগ ভৰি পৰে ঘৰিচিৰকাৰে।পত্নী ৰিকমিক বৰাই চাউল চতিয়াই দিলে আপোনমনে খাই পুনৰ উভতি যায় ঘৰচিৰিকাৰ জাকটো।বৰ্তমান কংক্ৰিটৰ আমাৰ সমাজৰ পৰা নোহোৱা হবলৈ ধৰা ঘৰচিৰিকাক কৰা এই পৰিচৰ্যাই আকৰ্ষিত কৰিছে বহুতক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજસ્થાનના બાડમેર નજીક ગાડી પલ્ટી જતાં યુવકનું મોત : પાંચ યુવકો ઘાયલ
ધાનેરાના સાંકડ અને રમુણા ગામના છ મિત્રો રણુંજા દર્શન કરી પરત આવતા હતા ત્યારે રાજસ્થાનના...
Women reservation Bill: लोकसभा से पास हुआ महिला आरक्षण बिल, लेकिन पर्ची सिस्टम से क्यों हुई Voting
Women reservation Bill: लोकसभा से पास हुआ महिला आरक्षण बिल, लेकिन पर्ची सिस्टम से क्यों हुई Voting
लंबे समय तक रखना चाहते हैं Kidney को हेल्दी, तो अपनी लाइफस्टाइल में अपना लें ये 5 आदतें
किडनी मानव शरीर का एक बेहद अहम हिस्सा है, जो यूरीन बनाने में मदद करता है और शरीर में फ्लूइड और...
বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু এটা পৰিয়ালৰ তিনিজন সদস্যৰ
ওদালগুৰি জিলাৰ মাজবাটৰ অসম-অৰুণাচল সীমান্তৰ নিজৰা অঞ্চলত সংঘটিত হৈছে এক কৰুণ ঘটনা। মাজবাট আৰক্ষী...