অসম-অৰুণাচলৰ সীমান্তৱৰ্ত্তী  অঞ্চলত অৰুণাচলী আগ্ৰাসনৰ বুজ লয়।বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। 

  উল্লেখ্য যে অসম চৰকাৰৰ সোপাধিলা নীতিত অৰুণাচল বাসী ৰাইজে বিগত বহু বছৰৰ পৰা অবাধ গতিত অসমৰ মাটি বেদখল কৰি অসমৰ মাটিত কামকো,সাচিৰোচা ,নাহৰণি অসিম বস্তি ,আদি গাওঁ পাতি বৃহৎ বৃহৎ চাহ বাগান,গীৰ্জাঘৰ ,স্কুল, খোৱাপানী যোগান,বিদ্যুৎ ,পথ নিৰ্মাণ কৰি বেদখল কৰাৰ সময়তে সমান্তৰালভাৱে হালোৱা সমীপৰ দিল্লী সংৰক্ষিত বনাঞ্চলত অৰুণাচলীয়ে  বে -দখল কৰাৰ বুজ লয় সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।উল্লেখ্য যে এজন দায়িত্বশীল বিধায়ক হিচাবে প্ৰতিকুল বতৰকো নেওচি তথা নিজৰ জীৱনকো তুচ্ছ কৰি অসম-অৰুণাচলৰ সীমান্তত গভীৰ অৰণ্যত অৰুণাচলী আগ্ৰাসনৰ বুজ লয়।