মেৰাপানী সীমান্তত পুনৰ নগা দুৰ্বৃত্তৰ তাণ্ডৱ। অসমৰ ভূমিত প্ৰৱেশ কৰি পোহনীয়া কুকুৰ গুলিয়াই হত্যা কৰি নিলে নগাই। মেৰাপানীৰ গড়বস্তিত সংঘটিত হৈছে এই ঘটনা। নগাই মৰসাহ দেখুৱাই এইবাৰ অসমীয়াৰ গৃহত প্ৰৱেশ কৰি পোহনীয়া কুকুৰ হত্যা কৰি লৈ যায় নগাই। ১ নং ওপৰ তৰাণিৰ গড়বস্তিৰ নোদুক চুতীয়া নামৰ এজন ব্যক্তিৰ পোহনীয়া কুকুৰটোক হত্যা কৰে এনি নামৰ এটা নগাই। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত চি আৰ পি এফৰ অৱগত কৰিছে নোদুক চুতীয়াই। বৰ্তমানেও ঘটনাস্থলীত উপস্থিত হোৱা নাই চি আৰ পি এফ তথা অসম আৰক্ষী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
स्कूल संचालकों ने विरोध प्रदर्शन करते हुए जिला कलेक्ट्रेट में जिला कलेक्टर को ज्ञापन दिया
स्कूल संचालकों ने विरोध प्रदर्शन करते हुए जिला कलेक्ट्रेट में जिला कलेक्टर को ज्ञापन दिया
સરકાર સાથે થયેલ સમાધાન મુજબ પડતર પ્રશ્નોનો ઉકેલ ન આવતા ઓલપાડ તાલુકા પ્રાથમિક શિક્ષક સંઘ દ્વારા ધારાસભ્યને આવેદનપત્ર
સરકાર સાથે થયેલ સમાધાન મુજબ પડતર પ્રશ્નોનો ઉકેલ ન આવતા ઓલપાડ તાલુકા પ્રાથમિક શિક્ષક સંઘ...
પંચમહાલ જિલ્લા LCB પોલીસે રાધનપુર (તલકવાડા) ખાતે ખેતરમાં ઉગાડેલ ઘાસની આડમાં છુપાવી રાખેલ 3,83,448/- ₹.નો વિદેશી દારૂનો મોટા પ્રમાણમાં જથ્થો ઝડપી પાડ્યો.
પંચમહાલ જિલ્લાના ઉચ્ચ પોલીસ અધિકારીઓની સુચના અને માર્ગદર્શન હેઠળ પંચમહાલ જિલ્લા એલસીબી શાખાના...
Uttarkashi Tunnel: सुरंग का रेस्क्यू ऑपरेशन देखने पहुंचे VK Singh, पीएम के के प्रधान सचिव भी मौजूद
Uttarkashi Tunnel: सुरंग का रेस्क्यू ऑपरेशन देखने पहुंचे VK Singh, पीएम के के प्रधान सचिव भी मौजूद
মই সুধিছিলো নামঘৰত কোন ভিতৰৰ পৰা উত্তৰ আহিল মই কল খোৱা নাই পূৰ্ণাংগ জামিন লাভৰ পিছত ভিক্টৰ দাসৰ মত
মই সুধিছিলো নামঘৰত কোন ভিতৰৰ পৰা উত্তৰ আহিল মই কল খোৱা নাই পূৰ্ণাংগ জামিন লাভৰ পিছত ভিক্টৰ দাসৰ...