মেৰাপানী সীমান্তত পুনৰ নগা দুৰ্বৃত্তৰ তাণ্ডৱ। অসমৰ ভূমিত প্ৰৱেশ কৰি পোহনীয়া কুকুৰ গুলিয়াই হত্যা কৰি নিলে নগাই। মেৰাপানীৰ গড়বস্তিত সংঘটিত হৈছে এই ঘটনা। নগাই মৰসাহ দেখুৱাই এইবাৰ অসমীয়াৰ গৃহত প্ৰৱেশ কৰি পোহনীয়া কুকুৰ হত্যা কৰি লৈ যায় নগাই। ১ নং ওপৰ তৰাণিৰ গড়বস্তিৰ নোদুক চুতীয়া নামৰ এজন ব্যক্তিৰ পোহনীয়া কুকুৰটোক হত্যা কৰে এনি নামৰ এটা নগাই। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত চি আৰ পি এফৰ অৱগত কৰিছে নোদুক চুতীয়াই। বৰ্তমানেও ঘটনাস্থলীত উপস্থিত হোৱা নাই চি আৰ পি এফ তথা অসম আৰক্ষী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બટાકા માં પૂરતા ભાવ ના મળતાં ખેડૂતો ને નુકશાન વેઠવવાનો આવ્યો વારો...
બટાકા માં પૂરતા ભાવ ના મળતાં ખેડૂતો ને નુકશાન વેઠવવાનો આવ્યો વારો...
Alert! WhatsApp-CBI Scam ने डुबोए यूजर्स के करोड़ों रुपये, आप भी रहें सतर्क
सीबीआई का कहना है कि आम लोगों को फंसाने के लिए स्कैमर्स अपनी वॉट्सऐप डीपी में सीबीआई का लोगो तक...
अवैध हथियार के साथ पुलिस ने एक पिस्टल व कारतूस खोखा के साथ आरोपी को पकड़ा
कोटा. कनवास कस्बे में पुलिस ने कार्यवाही करते हुये अवैध हथियार एक पिस्टल मय मैगजीन व 3...
নিযুক্তি কেলেংকাৰী সন্দৰ্ভত অপপ্ৰচাৰ চলিছে বুলি মন্তব্য মন্ত্ৰী যোগেন মহনৰ
নিযুক্তি কেলেংকাৰী সন্দৰ্ভত অপপ্ৰচাৰ চলিছে বুলি মন্তব্য মন্ত্ৰী যোগেন মহনৰ। সবিশেষ এই ভিডিঅ'টো...
জখলাবন্ধাত জব্দ অবৈধভাৱে বালি কঢ়িওৱা ডাম্পাৰ
জখলাবন্ধা খণ্ড বন বিষয়া কুলেন্দ্ৰ ভূঞাৰ নেতৃত্বত এটা বনবিভাগৰ দলে অভিযান চলাই জব্দ কৰে অবৈধভাৱে...