নিশা গোলাঘাটত পুনৰ জব্দ গৰুভৰ্তি বাহন। বিগত চাৰি দিনত দ্বিতীয়খন গৰুভৰ্তি বাহন জব্দ গাওৰক্ষী বাহিনীৰ।
এইবাৰৰ স্থান গোলাঘাটৰ কছাৰীহাট।নিশা চোৰাংকৈ সৰবৰাহ কৰি থকাৰ পৰা খেদি খেদি বাহনখন জব্দ শিয়ালেখাতি-খুমটাই গাওৰক্ষী বাহিনীৰ।