নলবাৰী জিলাৰ উলাবড়ীত আজি আবেলি এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয়৷উল্লেখ্য যে আজি আবেলি বাছখনে বিজুলীঘাটৰ পৰা কমাৰকুছি অভিমুখে আহি থাকোতে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা হোৱাৰ ফলত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ এটা পৰিয়ালৰ বিস্তৰ ক্ষতি সাধন কৰে৷অবেশ্যই বাছখনৰ যাত্ৰী অথবা অন্য কোনো লোকৰ কোনো ধৰনৰ গুৰুতৰ আঘাট পোৱা নাই বুলি জানিব পৰা গৈছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত হিমা দাস
দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত হিমা দাস । দৌৰ বিদ হিমা দাস উপস্থিত হৈ নৱনিযুক্ত আৰক্ষী...
ಹೊರಾಂಗಣ ಫೋಟೋಶೂಟ್ ನಲ್ಲಿ ಕಂಗೊಳಿದ ಚಿತ್ರನಟಿ ನಭಾ ನಟೇಶ್
ಹೊರಾಂಗಣ ಫೋಟೋಶೂಟ್ ನಲ್ಲಿ ಅದ್ಭುತವಾಗಿ ಕಂಗೊಳಿದ ಚಿತ್ರನಟಿ ನಭಾ ನಟೇಶ್
કેન્દ્રીય મંત્રી પુરુષોત્તમ રૂપાલાએ સભા સંબોધી , ૨૦૦ થી પણ વધુ વ્યક્તિઓ ભાજપમાં જોડાયા
121 બાલાસિનોર વિધાનસભાના ભારતીય જનતા પાર્ટીના ઉમેદવાર માનસિંહ ચૌહાણના ચૂંટણી પ્રચાર અર્થે વિરપુર...
এটা মৃতপ্ৰায় Mobile Tower এ নিদ্ৰা হৰিছে এখন ঘৰৰ। শংকিত পৰিয়ালৰ লগতে চুবুৰীয়া ।
এটা মৃতপ্ৰায় Mobile Tower এ নিদ্ৰা হৰিছে এখন ঘৰৰ। শংকিত পৰিয়ালৰ লগতে চুবুৰীয়া ।