তিনিচুকীয়াৰ পেঙেৰীৰ টেকেৰী গাঁৱত অবৈধ সুৰা-কানিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।

অভিযানত জব্দ বুজন পৰিমাণৰ অবৈধ সুৰা ।

অঞ্চলটোত দীৰ্ঘদিন ধৰি ড্ৰাগছ কানি সুৰাৰ ব্যাপক প্ৰচলন হৈ আহিছিল ।

পেঙেৰীৰ আৰক্ষীৰ চক্ৰ পৰিদৰ্শক মনোৰঞ্জন শ‌ইকীয়াৰ নেতৃত্বত চলিছিল এই অভিযান ।