আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন কী বাত অনুষ্ঠান সম্বোধন কৰে। টিংখাং চাহ বাগিচাৰ অন্তৰ্গত ১৪৮ নং বুথ সমিতিৰ কাৰ্যকৰ্তা সকলৰ সৈতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় অনুষ্ঠান "মন কী বাত" অনুষ্ঠান ৰেডিঅ যোগে উপভোগ কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাই। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা "মন কী বাত" অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে তেখেতৰ অভিলাষী আচঁনি সমূহৰ সম্বন্ধে দেশবাসীৰ আগত অৱগত কৰাৰ লগতে আগন্তুক 'পোষণ মাহ অভিযান'ক সফল ৰূপায়ণ কৰি তোলাৰ ক্ষেত্ৰত অঙ্গনবাড়ী কেন্দ্ৰ সমুহত কাৰ্যসূচী হাতত ল`বলৈ দেশৰ আই মাতৃ তথা জনসাধাৰণক আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जिले में अवैध खनन के खिलाफ अभियान के दौरान 2870.04 टन अवैध खनन जब्त, 126.65 लाख का जुर्माना, 16 एफआईआर दर्ज
बूंदी। राज्य सरकार के निर्देशानुसार जिला कलक्टर अक्षय गोदारा एवं पुलिस अधीक्षक हनुमान...
मोघा गावातील मयत झालेल्या नागरिकची अगोदरच्या स्मशानभूमीतच अंत्यविधी करणार उपसरपंच प्रमोद काळोजी
मोघा गावातील मयत झालेल्या नागरिकची अगोदरच्या स्मशानभूमीतच अंत्यविधी करणार उपसरपंच प्रमोद काळोजी
Dream Zone IAS ৰ সন্দৰ্ভত মন্তব্য আটাছু নেতা দিগন্ত চাংমাইৰ
UPSC আৰু APSC পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে সুখবৰ। শুক্ৰবাৰে আৰম্ভ হ'ল...