সুস্থ নাট্য চিন্তা আৰু অনুশীলনেৰে সমগ্ৰ ঢকুৱাখনা মহকুমাত বছৰ বছৰ ধৰি বলিষ্ঠ নাট্য আন্দোলন গঢ়ি তোলা ঢকুৱাখনা নাট্য বিদ্যালয়ে নৱপ্ৰজন্মৰ কণ কণ শিশু, যুৱক-যুৱতীসকলক নাট্য-শিল্পৰ প্ৰতি আকৃষ্ট কৰি নাট্য-শিল্পৰ প্ৰতিটো দিশত প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে অনুষ্ঠিত কৰা কৰি আহিছে নাট্য কৰ্মশালাৰ। যোৱা ৭ জুলাই ২০২২, বৃহস্পতিবাৰ পৰা অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন নাট কৰ্মশালাখন বৰ্তমানেও নৰ্মাল স্কুলৰ প্ৰেক্ষাগৃহত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷ ইপিনে এই কৰ্মশালাত প্ৰাথমিক পৰ্যায়ৰ পৰা দশম শ্ৰেণীৰ বহু ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছে। নাট্য বিদ্যালয়ৰ প্ৰধান সচিব গণেশ চমুৱাই জানিবলৈ দিয়া মতে কৰ্মশালাত ৮০ জন ছাত্ৰ- ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছে। ছাত্ৰ-ছাত্ৰী সকলক কৰ্মশালাত নাটকৰ সংলাপ, অংগ সঞ্চালন ওপৰত প্ৰশিক্ষণ দিয়া হয়। আহা ৩০ জুলাইত বৰ্ণাঢ্য কাৰ্যসূচীয়ে নৰ্মাল স্কুলৰ প্ৰাংগণ কৰ্মশালাখনি সামৰণি পৰিব ৷ প্ৰশিক্ষণ গ্ৰহণ কৰা ছাত্ৰছাত্ৰী সকলৰ মাজৰ পৰা তিনিখন নাট মঞ্চস্থ ও প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰিব। কৰ্মশালাত নাট্য প্ৰশিক্ষক হিচাপে যোৰহাট জিলা অপেচাদাৰী নাট্য গোষ্ঠীৰ ৰেপ্লিকা থিয়েটাৰৰ অজয় মেছ (বগা), নিতু গগৈ লগতে ঢকুৱাখনা নাট্য বিদ্যালয়ৰ কৰ্মশালাৰ তত্ত্বাৱধায়ক দ্বীপেন দত্ত লীনা বুঢ়াগোহাঁই উপস্থিত থাকি অংশগ্ৰহণকাৰী সকলক নাট্য পাঠৰ প্ৰাৰম্ভিক জ্ঞানৰ লগতে কৌশলৰ প্ৰশিক্ষণ দিয়ে। সামৰণি নিশা সমূহ ঢকুৱাখনাবাসীৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
US: व्हाइट हाउस में अपनी नई भूमिका को लेकर हूं उत्साहित: नीरा टंडन
वॉशिंगटन,अमेरिका के राष्ट्रपति भवन व्हाइट हाउस की घरेलू नीति सलाहकार का पद संभालने जा रहीं...
Elon Musk vs Sam Altman: OpenAI Sora के लॉन्च पर एलन मस्क ने दिया ऐसा रिएक्शन, कहा ये सब..
चैटजीपीटी बनाने वाली कंपनी ओपन एआई ने Sora नाम से एक नया एआई टूल लॉन्च किया है। इसके लॉन्च पर हाल...
सिल्की और शाइनी बालों के लिए लगाएं मेहंदी, नहीं पड़ेगी किसी ब्रांडेड शैम्पू की जरूरत
Mehendi Benefits for Hair: मेहंदी का इस्तेमाल सिर्फ हाथों पर ही नहीं, बल्कि बालों में भी...
लोकसभा निवडणूकीचा प्रचार करताय तर सावधान...!पोलिस अधीक्षक सोमय मुंडे यांनी दिली माहिती.
लोकसभा निवडणूकीचा प्रचार करताय तर सावधान...!पोलिस अधीक्षक सोमय मुंडे यांनी दिली माहिती.