দৰং জিলাৰ আম আদমী পাৰ্টিৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ তাণ্ডৱ।মঙলদৈ ইছলামপুৰত থকা কাৰ্যালয়ৰ ভিতৰত সোমাই তাণ্ডৱ চলালে অচিনাক্ত দুৰ্বৃত্তই।ফালিলে বেনাৰ, পোষ্টাৰ।কিছুদিন পূৰ্বে দিল্লীৰ কেবিনেট মন্ত্ৰী আৰ পি গৌতমে উদ্ধোধন কৰিছিল কাৰ্যালয়টো।কোনে এই কাৰ্য সংঘটিত কৰিলে সেইয়া এতিয়াও পোহৰলৈ অহা নাই ।সমগ্ৰ ঘটনাক লৈ আপৰ কৰ্মী সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া।মঙ্গলদৈ সদৰ থানাত দৰং জিলাৰ আম আদমী পাৰ্টিৰ সদস্য সকলৰ এজাৰৰ দাখিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दशहरे पर भाजपा ने सोशल मीडिया पर डाला विवादित कार्टून, कांग्रेस ने बताया अमर्यादित
दशहरा के दिन भाजपा द्वारा इंटरनेट मीडिया पर पोस्ट किए गए कार्टून और वीडियो पर सियासी उबाल आ चुका...
ৰাজ্যৰ বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীৰ সালসলনি ।
ৰাজ্যৰ বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীৰ ব্যাপক সালসলনি ।
ৰাজ্য চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগে এক...
Rategain Travel Business Outlook | Globally Travel & Tour का सीजन शुरू होने से कंपनी को कितना फायदा?
Rategain Travel Business Outlook | Globally Travel & Tour का सीजन शुरू होने से कंपनी को कितना...
Chhattisgarh Election Results: Exit Poll में Baghel के लिए खुशखबरी! | Bhupesh Baghel | Raman Singh
Chhattisgarh Election Results: Exit Poll में Baghel के लिए खुशखबरी! | Bhupesh Baghel | Raman Singh
শোনিতপুৰৰ লখাৰত অজগৰ উদ্ধাৰ
শোনিতপুৰৰ লখাৰত অজগৰ উদ্ধাৰ লখৰা কেশৱ ছেত্ৰীৰ ঘৰত নিশা উদ্ধাৰ কৰা হয় অজগৰ ডাল । প্ৰায় ৯ কে জি ওজন...