দৰং জিলাৰ আম আদমী পাৰ্টিৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ তাণ্ডৱ।মঙলদৈ ইছলামপুৰত থকা কাৰ্যালয়ৰ ভিতৰত সোমাই তাণ্ডৱ চলালে অচিনাক্ত দুৰ্বৃত্তই।ফালিলে বেনাৰ, পোষ্টাৰ।কিছুদিন পূৰ্বে দিল্লীৰ কেবিনেট মন্ত্ৰী আৰ পি গৌতমে উদ্ধোধন কৰিছিল কাৰ্যালয়টো।কোনে এই কাৰ্য সংঘটিত কৰিলে সেইয়া এতিয়াও পোহৰলৈ অহা নাই ।সমগ্ৰ ঘটনাক লৈ আপৰ কৰ্মী সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া।মঙ্গলদৈ সদৰ থানাত দৰং জিলাৰ আম আদমী পাৰ্টিৰ সদস্য সকলৰ এজাৰৰ দাখিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जनता ग्रामीण बिगरशेती सहकारी पतसंस्था बाराशिव वार्षिकसर्वसाधारण सभा संपन्न
जनता ग्रामीण बिगरशेती सहकारी पतसंस्था म.बाराशिव वार्षिक सर्वसाधारण सभा आज रोजी संपन्न झाली....
महिला आयोगाचा अनोखा उपक्रम "महिला आयोग आपल्या दारी"
राज्य महिला आयोगाच्या वतीने पुणे जिल्ह्यामध्ये "महिला आयोग आपल्या दारी" या उपक्रमाचे आयोजन...
વાંકાનેર સ્ટેટના રાજવી દિગ્વિજય સિંહજી બાપુનું નિધન /Death of the King of Wankaner State
વાંકાનેર સ્ટેટના રાજવી દિગ્વિજય સિંહજી બાપુનું નિધન /Death of the King of Wankaner State
હિમાચલ પ્રદેશમાં વરસાદનો કહેર
હિમાચલ પ્રદેશમાં આ વખતે ચોમાસું કહેર બનીને વરસી રહ્યું છે. જેના કારણે અત્યાર સુધીમાં રેકોર્ડ...