চৰকাৰে প্লাষ্টিকৰ বেগ আদি ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পৰিপ্ৰেক্ষিতত এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে চৰাইদেউ জিলা প্ৰশাসনে। প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি আজি সোণাৰি পৌৰ এলেকাৰ অন্তৰ্গত দোকান সমূহত একক ব্যৱহাৰৰ প্লাষ্টিক নিষিদ্ধকৰণৰ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ সৈতে সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ সুপ্ৰভা ৰায়ে বজাৰ/ দোকান আদি পৰিদৰ্শন কৰে।
Sponsored
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं