চৰকাৰে প্লাষ্টিকৰ বেগ আদি ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পৰিপ্ৰেক্ষিতত এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে চৰাইদেউ জিলা প্ৰশাসনে। প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি আজি সোণাৰি পৌৰ এলেকাৰ অন্তৰ্গত দোকান সমূহত একক ব্যৱহাৰৰ প্লাষ্টিক নিষিদ্ধকৰণৰ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ সৈতে সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ সুপ্ৰভা ৰায়ে বজাৰ/ দোকান আদি পৰিদৰ্শন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अमृता खानविलकरचे गुलाबी रंगाच्या साडीतील फोटोशूट ; पहा हे फोटो
सागरिका राय आणि कांक्षीनीचे जुळणारे दागिने परिधान केले. शोभिवंत साडीत ती एकदम परफेक्ट दिसत...
Full Bulletin | 27.08.2022 | Raftaar Marathi Media
Full Bulletin | 27.08.2022 | Raftaar Marathi Media
উদয়পুৰ পঞ্চায়তত সাংগাঠনিক সভাত প্ৰভাৰী হিচাপে উপস্থিত থাকে মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত।
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত উদয়পুৰ পঞ্চায়তত আগন্তুক লোকসভা নিৰ্বাচনৰ সম্পৰ্কত বিজেপি...
খাৰুপেটীয়া ৰ জয়ন্তী নগৰ ত কেদাৰনাথ মন্দিৰ ৰ থিম লৈ সজোৱা পূজা মণ্ডপ ত অগণন ভক্তৰ সমাবেশ
খাৰুপেটীয়া ৰ জয়ন্তী নগৰ ত কেদাৰনাথ মন্দিৰ ৰ থিম লৈ সজোৱা পূজা মণ্ডপ ত অগণন ভক্তৰ সমাবেশ