৩ চেপ্তেম্বৰ অৰ্থাৎ অভিৰুচী দিৱস । অৰ্জুন বটা বিজয়ী প্ৰথম অসমীয়া খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্ম দিন উপলক্ষে সমগ্র অসমতে অভিৰুচী দিৱস হিচাপে পালন কৰিবলৈ হৈছে সাজু । সমান্তৰালকৈ সাজু হৈছে মৰাণহাট ক্ৰীড়া সন্থা । পোন প্ৰথমবাৰৰ বাবে মৰাণত আয়োজন কৰা হব মৰাণহাট ক্ৰীড়া সন্থাৰ উদ্যোগত অভিৰুচী ক্ৰীড়া দিৱস। কালি সন্ধিয়া মন্ত্ৰী তথা সন্থাৰ সভাপতি যোগেন মহনৰ সভাপতিত্বত হোৱা মৰাণহাট ক্ৰীড়া সন্থাৰ এখন কাৰ্যনিৰ্বাহকত সিদ্ধান্ত অনুসৰি অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত পুৰুষ আৰু মহিলাৰ প্ৰাইজমণি মাৰাথন প্ৰতিযোগিতা, ১০০-২০৯ মিটাৰ দৌৰৰ লগতে বিভিন্ন খেলেৰে উদযাপন কৰিব অভিৰুচি ক্ৰীড়া দিৱস বুলি জানিব দিয়ে মৰাণহাট ক্ৰীড়া সন্থাই। লগতে অভিৰুচি ক্ৰীড়া দিৱসৰ দিনাই ১২ গৰাকী প্ৰাক্তন খেলুৱৈক আৰু ১৯ গৰাকী স্থানীয় ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈক সম্বৰ্ধনা জনাব বুলি জানিব দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অভয়াপুৰীৰ লুঙাই পাহাৰত দক্ষিণা কালী পূজাৰ আয়োজন
অভয়াপুৰীৰ ঐতিহাসিক লুঙাই পাহাৰত অহা ২৬ আগষ্টত মহাদেৱ মন্দিৰত থকা দক্ষিণা কালী মন্দিৰত...
ગુજરાત હાઇકોર્ટમાં તમામ સ્કૂલો બાબતે સુનાવણી
ગુજરાત સરકાર તમામ સ્કૂલમાં ફરજિયાત ગુજરાતી ભણાવવાનું અમલ કરાવે : HC
તમામ બોર્ડને ગુજરાતી ફરજિયાત...
एक बार फिर जनता के बीच जाएंगे जगमोहन मीणा:3 दिसम्बर को शुरू करेंगे मतदाता आभार यात्रा
दौसा सीट पर विधानसभा उपचुनाव में हार के बाद भाजपा प्रत्याशी रहे जगमोहन मीणा मतदाता आभार यात्रा...
Chandrayaan-3 Mission: शान से आगे बढ़ रहा है चंद्रयान-3, आज चांद की कक्षा में करेगा प्रवेश
बेंगलुरु, भारत का चंद्रयान-3 अपने सफर पर सफलतापूर्वक आगे बढ़ रहा है। भारतीय अंतरिक्ष...