৩ চেপ্তেম্বৰ অৰ্থাৎ অভিৰুচী দিৱস । অৰ্জুন বটা বিজয়ী প্ৰথম অসমীয়া খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্ম দিন উপলক্ষে সমগ্র অসমতে অভিৰুচী দিৱস হিচাপে পালন কৰিবলৈ হৈছে সাজু । সমান্তৰালকৈ সাজু হৈছে মৰাণহাট ক্ৰীড়া সন্থা । পোন প্ৰথমবাৰৰ বাবে মৰাণত আয়োজন কৰা হব মৰাণহাট ক্ৰীড়া সন্থাৰ উদ্যোগত অভিৰুচী ক্ৰীড়া দিৱস। কালি সন্ধিয়া মন্ত্ৰী তথা সন্থাৰ সভাপতি যোগেন মহনৰ সভাপতিত্বত হোৱা মৰাণহাট ক্ৰীড়া সন্থাৰ এখন কাৰ্যনিৰ্বাহকত সিদ্ধান্ত অনুসৰি অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত পুৰুষ আৰু মহিলাৰ প্ৰাইজমণি মাৰাথন প্ৰতিযোগিতা, ১০০-২০৯ মিটাৰ দৌৰৰ লগতে বিভিন্ন খেলেৰে উদযাপন কৰিব অভিৰুচি ক্ৰীড়া দিৱস বুলি জানিব দিয়ে মৰাণহাট ক্ৰীড়া সন্থাই। লগতে অভিৰুচি ক্ৰীড়া দিৱসৰ দিনাই ১২ গৰাকী প্ৰাক্তন খেলুৱৈক আৰু ১৯ গৰাকী স্থানীয় ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈক সম্বৰ্ধনা জনাব বুলি জানিব দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিৱসাগৰ নাজিৰা মেকিপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাকলৈ চাঞ্চল্য।
শিৱসাগৰ নাজিৰা মেকিপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাকলৈ তীব্ৰ চাঞ্চল্য।
Mehbooba Mufti का Pulwama, Shopian के कई इलाकों में रोड शो, वोटिंग को लेकर क्या कहा? सुनिए | AajTak
Mehbooba Mufti का Pulwama, Shopian के कई इलाकों में रोड शो, वोटिंग को लेकर क्या कहा? सुनिए | AajTak
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ উত্তাল প্ৰতিবাদ
ডাম্পাৰ চালকৰ দৌৰাত্ম্য,চলন্ত ডাম্পাৰৰ চকা খুলি যোৱাত এজনৰ মৃত্যু। ঘটনাক কেন্দ্ৰ কৰি উত্তাল...
તંત્રના પાપ ફૂટયા; અમદાવાદ લેબમાં પાસ મસાલાના વધુ બે સેમ્પલ પુનામાં ફેઇલ
મનપાની ફૂડ શાખા દ્વારા લેવાતા અને અમદાવાદ લેબોરેટરીમાં પાસ થતા નમુનાના રીપોર્ટ પર વધુ શંકા...