অখিল ভাৰতীয় শিক্ষক সংঘৰ আহ্বানত আজি সমগ্র দেশজুৰি প্ৰাথমিক শিক্ষক সকলে চলোৱা ধৰ্ণা কাৰ্যসূচীৰ প্ৰতি সমৰ্থন জনাই মৰিগাঁৱৰ প্ৰাথমিক শিক্ষক সকলেও শিক্ষা বিষয়াৰ কাৰ্যালয় প্ৰাঙ্গনত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। সপ্তম দৰমহা আয়োগৰ আসোঁৱাহ দুৰ কৰা, ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা, নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাকে ধৰি শিক্ষক সকলৰ বহুকেইটা সমস্যা সমাধানৰ দাবীত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মীলনীৰ অন্তৰ্গত মৰিগাঁৱৰ শিক্ষক সকলে শিক্ষা বিষয়া বুলি গগৈৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કેશોદ: રઘુવંશી સમાજના તેજસ્વી તારલાઓને સત્કારવા માટે સરસ્વતી સન્માન કાર્યક્રમ યોજાયો
કેશોદ: રઘુવંશી સમાજના તેજસ્વી તારલાઓને સત્કારવા માટે સરસ્વતી સન્માન કાર્યક્રમ યોજાયો
Karnataka: 100 टन मक्के के ढेर में दबकर सात मजदूरों की मौत, पुलिस ने एक शख्स को किया रेस्क्यू; जानें पूरा मामला
कर्नाटक के विजयपुर में एक बड़ा हादसा हो गया। दरअसल, अलियाबाद औद्योगिक क्षेत्र में एक निजी खाद्य...
अमेरिका ने फिर उगला भारत के खिलाफ जहर,मोदी सरकार पर लगाए बड़े आरोप
अमेरिका ने भारत में धार्मिक स्वतंत्रता को लेकर कई बड़े आरोप लगाए हैं. अमेरिकी विदेश विभाग की 2023...
ખંભાત ગુંસાઈજીની બેઠક ખાતે અન્નકૂટ દર્શન યોજાયા : મોટી સંખ્યામાં દર્શનાર્થીઓ લાભ લીધો.
ખંભાતની ગુંસાઈજીની બેઠક ખાતે કારતક વદ-૯ના રોજ અન્નકૂટનું ભવ્ય આયોજન હાથ ધરવામાં આવ્યું હતું.જેમાં...