উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম গাৰো জনগোষ্ঠীক সামাজিক অৰ্থনৈতিক ৰাজনৈতিক ভাবে প্ৰতিষ্ঠিত কৰাৰ বাবে আৰু বৃটিছৰ শাসনৰ পৰা মুক্ত কৰাৰ বাবে সংগ্ৰাম কৰি অহা বিপ্লবী নেতা প্ৰয়াত সোনাৰাম আৰ চাংমাৰ ১০৬ বছৰীয়া মৃত্যু বাৰ্ষিকী দিনজোৰা বৰ্ণাধ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায়৷ গাৰো জনগোষ্ঠীৰ প্ৰথম ৰাজনৈতিক নেতা হিচাবে পৰিচিত এই গৰাকী নেতাৰ মৃত্যুবাৰ্ষিকী প্ৰতিবছৰে বৰ্ণাধ্য কাৰ্যসূচীৰে পালন কৰা হয়৷ সোনাৰাম মেমোৰিয়েল ট্ৰাষ্টৰ উদ্যোগত আৰু গাৰো ছাত্ৰ সন্থা (আসাম জ’ন)ৰ সৌজন্যত প্ৰতিবছৰে পালন কৰা হয়৷ খ্ৰীষ্টান ধৰ্ম অনুসৰি বহু সংখ্যক গাৰো জনগোষ্ঠীৰ ৰাইজৰ উপস্থিতিত বিয়লি মুকলি সভা অনুস্থিত হয়৷ মুকলি সভাত মুখ্য অতিথি আৰু বিশিষ্ট অতিথি হিচাবে ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা আৰু দুধনৈ সমষ্টিৰ বিধায়ক যাদব স্বৰ্গীয়াৰী উপস্থিত থাকি ভাষণ প্ৰসংগত বিপ্লৱী নেতা সোনাৰাম আৰ চাংমাৰ কৰ্মৰাজিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে৷ সভাত সোণাৰাম আৰ চাংমা মেমোৰিয়েল ট্ৰাষ্ট চ’ছাইটিৰ সভাপতি সম্পাদক ক্ৰমে ৰাকবান জি মোমিন আৰু জনংচং জি মোমিন আৰু গাৰো ছাত্ৰ সন্থা (অসম জ’ন)ৰ সভাপতি ফোল্ডিন মাৰাক আৰু ক্ৰোনেল চাংমা উপস্থিত থাকে সভাত বহু স্ংখ্যক গাৰো জনগোষ্ঠীৰ লোকৰ লগতে ৰাইজ উপস্থিত থাকে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભાભરના અસાણામાં ઇકો કારમાં દારૂના જથ્થા સાથે પોલીસે એક શખ્સને ઝડપ્યો
બનાસકાંઠા એલ સી બી પોલીસે ભાભર વિસ્તારમાંથી ઈકો ગાડીમાંથી દારૂ ઝડપી પાડ્યો છે. જેમાં પોલીસને...
आंबेडकर, गुरिल्ला युद्ध... Parliament घुसपैठियों के Social Media अकाउंट्स में क्या-क्या मिला?
आंबेडकर, गुरिल्ला युद्ध... Parliament घुसपैठियों के Social Media अकाउंट्स में क्या-क्या मिला?
5000mAh बैटरी और 33W फास्ट चार्जिंग फीचर के साथ आ रहा Realme का सबसे पतला 5G फोन, आज हो रहा लॉन्च
रियलमी आज अपने यूजर्स के लिए एक नया 5G स्मार्टफोन लॉन्च कर रहा है। हम यहां रियलमी के realme C67...
અમદાવાદ : પૂર્વ ઉત્તરાયણમાં પતનાગની દોરી થી બનતી ઘટના માટે ખાસ આયોજન, દિત્યચકરી વાહન માં ફ્રી સેફ્ટી
અમદાવાદ : પૂર્વ ઉત્તરાયણમાં પતનાગની દોરી થી બનતી ઘટના માટે ખાસ આયોજન, દિત્યચકરી વાહન માં ફ્રી સેફ્ટી