নাৰায়ণপুৰত সঘনাই বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ ৷ যোৱানিশা আৰক্ষীৰ নিক্ৰিয়তাৰ সুযোগ লৈ নাৰায়ণপুৰ থানাৰ অন্তৰ্গত বেলগুৰিৰ পৰা চোৰে লৈ যায় AR 01M 1584 নম্বৰৰ বলে’ৰ বাহন খন৷ কাকু শংকৰ নামৰ যুৱকজনে নিশা বেলগুৰি শহুৰৰ ঘৰৰ চোতালত ৰখাই নিশা যাপন কৰাৰ পাছত পুৱা শুই উঠি নিজৰ বাহন খন নেদেখি বিচাৰ খোচাৰ কৰাৰ অন্তত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এঘৰৰ চিচি কেমেৰাত ধৰা পৰে মাজনিশা চোৰে বলে’ৰ খন লৈ উধাও হোৱা দৃশ্য৷ আৰক্ষীৰ নিক্ৰিয় ভুমিকাৰ বাবে নাৰায়ণপুৰত সঘনাই সংঘটিত হৈ আহিছে চুৰাকাণ্ড৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BJP Parliamentary Meeting: 'संसद की सुरक्षा उल्लघंन जितना खतरनाक है, उतना ही उसका समर्थन करना', विपक्ष पर बरसे पीएम मोदी
नई दिल्ली। संसद के शीतकालीन सत्र के बीच भाजपा संसदीय दल की बैठक संसद पुस्तकालय भवन में हुई।...
लग्नाचे आमिष दाखवून महिलेचा विनयभंग
लग्नाचे आमिष दाखवून महिलेचा विनयभंग
દિયોદર ના વખા ખાતે જી.વી વાઘેલા કોલેજમાં કાર્યક્રમ યોજાયો..
આજ રોજ 30જાન્યુઆરી જી.વી.વાઘેલા કોલેજ વખામા "ગાંધીનિર્વાણ દિન "અને ગુજરાતી સર્જક સ્વ.મધુસુદન...
अहमदाबाद मण्डल पर स्वच्छता पखवाड़े के अंतर्गत पैंट्रीकार व कैंटीन की स्वच्छता की जांच की गई एवं “नों प्लास्टिक” पर दिया जोर
अहमदाबाद मण्डल द्वारा 16 सितम्बर से 2 अक्टूबर, 2022 तक “स्वच्छता पखवाड़ा” मनाया जा...
ৰহা দীঘলীআটি মণ্ডল সমল কেন্দ্ৰত শিক্ষন শিকন সামগ্ৰী প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা।অহাকালি খণ্ড প্ৰৰ্যায়ৰ প্ৰতিযোগিতা।
সমগ্ৰ শিক্ষা অসমৰ নিৰ্দেশ মৰ্মে নগাঁও জিলা ৰ কপিলী শিক্ষা খণ্ডৰ অন্তৰ্গত দীঘলীআটী মণ্ডল সমল...