প্ৰাথমিক শিক্ষা কেৱল মাতৃভাষাৰ মাধ্যমত হ'ব লাগে; ইয়াৰ দাবীৰে গহপুৰ নগৰৰ গহপুৰ হাইস্কুলৰ সন্মুখত ABVP ৰ স্বাক্ষৰ অভিযান। গনিত আৰু বিজ্ঞাণ বিষয়টো অসমীয়াৰ পৰিৱৰ্তে ইংৰাজী ভাষা কৰা যি পোষকতা;তাৰ সম্পূৰ্ন বিৰোধিতা কৰি গহপুৰ ABVP এ এই স্বাক্ষৰ অভিযান কাৰ্যসূচী হাতত লৈছে। কোনো কাৰনতেই চৰকাৰৰ এই অসমীয়াৰ পৰা ইংৰাজী কৰা কথাটোক মানি নলয় বুলি তেওঁলোকে উল্লেখ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অসমৰ তিনিজন যুৱক চাইকেল লৈ কেদাৰনাথলৈ যাত্ৰা।ভাইৰেল হয় পৰিছে এটিয়া সামাজিক মাধ্যমত #assam #viral
অসমৰ তিনিজন যুৱক চাইকেল লৈ কেদাৰনাথলৈ যাত্ৰা।ভাইৰেল হয় পৰিছে এটিয়া সামাজিক মাধ্যমত #assam #viral
राष्ट्रपति पुरस्कार प्राप्त सेवानिवृत्त प्रधान शिक्षयत्री कदमी बोरा (माजन) का देहांत
राष्ट्रपति पुरस्कार प्राप्त सेवानिवृत्त प्रधान शिक्षयत्री कदमी बोरा का देहांत,विभिन्न दल संगठनों...
પ્રદોષના દિવસે DY.S.P.ના હસ્તે કરાયું પૂજન
પ્રદોષના દિવસે DY.S.P.ના હસ્તે કરાયું પૂજન
संभल हिंसा में पत्थरबाजों से वसूली होगी:मंत्री ने कहा- उपद्रवियों के पोस्टर लगेंगे; काजी की अपील-जुमे को जामा मस्जिद न आएं
UP के संभल में हिंसा का बुधवार को चौथा दिन है। योगी सरकार हिंसा में शामिल पत्थरबाजों से वसूली...