টিংখাঙৰ দিৰৈ নৈত সমূহীয়া মৎস্য চিকাৰৰ আনন্দ। কোনোৱে পাইছে বৰালি মাছ কোনোৱে আৰি। মুঠতে প্ৰত্যেকজন মাছমৰীয়াই দুটা তিনিটাকে বৰালি, আৰি মাছ ধৰিবলৈ সক্ষম হৈছে। কোনোজনে চাৰিটালৈকে পাইছে বৰালি মাছ। টিংখাঙৰ বিভিন্ন গ্ৰামাঞ্চলৰ ৰাইজে নিতৌ এনেদৰে প'ল মাৰি সমূহীয়াকৈ দিৰৈ নৈত মাছ মাৰে । আৰু প্ৰতিজন মাছমৰীয়াই লাভ কৰে বৰালি আৰু আৰি মাছ। এবুকু, এডিঙিলৈকে পানীত নামি পল মাৰি মাছ ধৰাৰ এক সুন্দৰ দৃশ্য দেখিবলৈ পোৱা যায় টিংখাঙৰ দিৰৈ নৈত । এতিয়াৰ পৰা খৰালি লৈকে প্ৰত্যেক বছৰে শ শ ৰাইজে এনেদৰে প'ল, জাল আদি লৈ মাছ ধৰি আনন্দ উপভোগ কৰাৰ লগতে নিজে মাছ ধৰি বৰালি, আৰি মাছৰ জুতি লগাই পৰিয়ালৰ সৈতে এসাজ উদয় পূৰাই খোৱাৰ আনন্দই সুকীয়া ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદ S.O.G ક્રાઇમ ની ટીમે બે ઇસમોને મેફેડ્રોનના જથ્થા સાથે રૂ.૧૪,૨૩,૫૦૦ ના મુદ્દામાલ સાથે ધરપકડ.
અમદાવાદ S.O.G ક્રાઇમ ની ટીમે બે ઇસમોને મેફેડ્રોનના જથ્થા સાથે રૂ.૧૪,૨૩,૫૦૦ ના મુદ્દામાલ સાથે ધરપકડ.
आईस्क्रीम घेण्यासाठी गेलेल्या चार वर्षीय मुलींचा इलेक्ट्रिक शॉक लागून मृत्यू.
आईस्क्रीम घेण्यासाठी गेलेल्या चार वर्षीय मुलीचा इलेक्ट्रिक शॉक लागून मृत्यू
नाशिक :( नितीन...
মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিধায়ক চক্ৰধৰ গোগৈৰ উপস্থিতিত ৭৬ তম স্বাধীনতা দিৱস উদযাপন
মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিধায়ক চক্ৰধৰ গোগৈৰ উপস্থিতিত ৭৬ তম স্বাধীনতা দিৱস উদযাপন কৰা হয
KUTIYANA કુતિયાણા પંથકમાં તરાપાયુગ આજે પણ આથમ્યો નથી 16 11 2022
KUTIYANA કુતિયાણા પંથકમાં તરાપાયુગ આજે પણ આથમ્યો નથી 16 11 2022
वाळू तस्करावर पत्रकार संरक्षण कायद्यानुसार गुन्हा दाखल करण्याची मागणी
औरंगाबाद : जिल्हा मराठी पत्रकार संघ पैठण तालुका च्या वतीने पाचोड पोलीस ठाण्यात निवेदन वाळु...