প্ৰাথমিক শিক্ষা কেৱল মাতৃভাষাৰ মাধ্যমত হ'ব লাগে; ইয়াৰ দাবীৰে গহপুৰ নগৰৰ গহপুৰ হাইস্কুলৰ সন্মুখত ABVP ৰ স্বাক্ষৰ অভিযান। গনিত আৰু বিজ্ঞাণ বিষয়টো অসমীয়াৰ পৰিৱৰ্তে ইংৰাজী ভাষা কৰা যি পোষকতা;তাৰ সম্পূৰ্ন বিৰোধিতা কৰি গহপুৰ ABVP এ এই স্বাক্ষৰ অভিযান কাৰ্যসূচী হাতত লৈছে। কোনো কাৰনতেই চৰকাৰৰ এই অসমীয়াৰ পৰা ইংৰাজী কৰা কথাটোক মানি নলয় বুলি তেওঁলোকে উল্লেখ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भांडियावास में सड़क हादसा:पीछे से आ रहे ट्रेलर ने मारी टक्कर, आगे का हिस्सा हुआ क्षतिग्रस्त
बालोतरा उपखंड क्षेत्र के भांडियावास गांव के पास 8:30 बजे दो ट्रेलरो के बीच भयंकर भिड़ंत हो गई।...
સુરેન્દ્રનગર: ટીકર ખાતે શિવગીરી બાપુની ૧૭મી પુણ્યતિથિની ઉજવણી કરાઈ | Surendranagar News
સુરેન્દ્રનગર: ટીકર ખાતે શિવગીરી બાપુની ૧૭મી પુણ્યતિથિની ઉજવણી કરાઈ | Surendranagar News
নাৰায়ণপুৰত ভূঁই ৰোৱাত নামিল শ শ মহিলা
বিহপুৰীয়া সমষ্টিভিত্তিত গঠন হোৱা বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ উদ্যোগত বিধায়ক অমিয় কুমাৰ ভূঞাই...
Haryana Election Result 2024: Vinesh Phogat ने जीता जुलाना का दंगल, 65080 मिले वोट
Haryana Election Result 2024: Vinesh Phogat ने जीता जुलाना का दंगल, 65080 मिले वोट
লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান, বাণিজ্য শাখা স্থাপনৰ দাবী দল সংগঠনৰ
টিংখাং বিধানসভা সমষ্টিৰ বৃহত্তৰ লেঙেৰী মৌজাৰ ৫২ খন গাঁৱৰ ছাত্র ছাত্ৰী সকলৰ একমাত্ৰ উচ্চতৰ...