গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি আধাৰ পঞ্জীয়ন সন্দৰ্ভত উপায়ুক্তৰ কাৰ্যালয় কক্ষতে এখন বৈঠকত মিলিত হয় । তেওঁ জিলাখনত এতিয়াও পঞ্জীয়ন নোহোৱা প্ৰায় ৭০,০০০ লোকৰ পঞ্জীয়ন প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে সম্পন্ন কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে । তেওঁ চাহ বাগিচা অঞ্চলত আধাৰ পঞ্জীয়নৰ বিষয়টোত বিশেষভাবে গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে । বৈঠকত অতিৰিক্ত উপায়ুক্ত শ্ৰী কুলদীপ হাজৰিকা, সহকাৰী আয়ুক্ত শ্ৰী অম্লান ফুকন আৰু সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অসুস্থ ৰাৱালপিণ্ডি এক্সপ্ৰেছঃ ভিডিঅ’ৰ জৰিয়তে বিচাৰিলে আপোনাৰ দোৱা
অসুস্থ ৰাৱালপিণ্ডি এক্সপ্ৰেছ। হাস্পতালৰ বিচনাৰ পৰা এসময়ৰ বিধ্বংসী পেছ বলাৰজনে ক’লে-...
નર્મદા જીલ્લમાં પ્રાથમિક આરોગ્ય કેન્દ્ર દેવમોગરા અને એસ.ડી. એચ.ગરુડેશ્વર ખાતે મેગા બ્લડ ડોનેશન કેમ્પ યોજાયો
*નર્મદા જીલ્લમાં પ્રાથમિક આરોગ્ય કેન્દ્ર દેવમોગરા અને એસ.ડી. એચ.ગરુડેશ્વર ખાતે મેગા બ્લડ ડોનેશન...
ઇસુદાન ગઢવી એ ભાણવારી ગામેં જનસંવાદ કર્યો,બહોળી સંખ્યામાં લોકો ઉપસ્થિત
ઇસુદાન ગઢવી એ ભાણવારી ગામેં જનસંવાદ કર્યો,બહોળી સંખ્યામાં લોકો ઉપસ્થિત