একাংশ অবিবেচক লোকৰ কাৰণে ক্ৰমাৎ লেতেৰা হৈছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা।এইক্ষেত্ৰত কোনো গুৰুত্ব নাই বন বিভাগ, পৰ্যটন বিভাগ,বোকাখাত মহকুমা প্ৰশাসনৰ।আচৰিত কথাটো হৈছে কাজিৰঙাৰ পৰ্যটনৰ মূল দ্বাৰ কহঁৰাত এতিয়া কদৰ্যময় পৰিবেশ।দেশী বিদেশী পৰ্যটকৰ অন্যতম পচন্দৰ ঠাই কাজিৰঙাৰ কহঁৰাৰ এই পৰিবেশে আচৰিত কৰিছে সচেতন লোকসকলক। পৰ্যটন বৰ্ষলৈ মাজত মাত্ৰ এটা মাহ বাকী থকা অৱস্থাত এই কদৰ্যময় পৰিবেশে চিন্তিত কৰিছে সকলোকে। বিধায়ক মৃণাল শইকীয়াও কাজিৰঙাৰ এই লেতেৰা পৰিবেশক লৈ টুইট কৰা পৰিলক্ষিত হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જુનાગઢ ખાતે નિ:શુલ્ક યોગ ટ્રેનર તાલીમ શિબિરનું આયોજન કરવામાં આવ્યું…
જુનાગઢ ખાતે નિ:શુલ્ક યોગ ટ્રેનર તાલીમ શિબિરનું આયોજન કરવામાં આવ્યું…
अब दुनिया देखेगी पूर्व ब्रिटेश PM बोरिस जॉनसन का नया अवतार, TV चैनल में करेंगे प्रोग्राम होस्ट
ब्रिटेन के पूर्व प्रधानमंत्री बोरिस जानसन अब टेलीविजन में प्रस्तोता और पत्रकार की भूमिका में नजर...
GOODBYE IS RELEASING IN CINEMAS ON 7th OCTOBER ◆ Trailer Released
Goodbye : A family Drama
Starring Amitabh Bachchan ,...
Cyclone Biparjoy Updates: तहस-नहस हुआ पेट्रोल पंप.. ढ़ह गए मकान, Gujarat में तूफान की विनाशलीला
Cyclone Biparjoy Updates: तहस-नहस हुआ पेट्रोल पंप.. ढ़ह गए मकान, Gujarat में तूफान की विनाशलीला
আজি ডা°পাৰ্থপ্ৰতীম বেজবৰুৱাৰ আদ্যশ্ৰাদ্ধ,পৰিয়াল তথা শুভাকাংক্ষীৰ শ্ৰদ্ধাঞ্জলিৰ আয়োজন
আজি ডা°পাৰ্থপ্ৰতীম বেজবৰুৱাৰ পবিত্ৰ আদ্যশ্ৰাদ্ধ৷পৰিয়াল তথা শুভাকাংক্ষীয়ে তেওঁৰ বাসগৃহত...