একাংশ অবিবেচক লোকৰ কাৰণে ক্ৰমাৎ লেতেৰা হৈছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা।এইক্ষেত্ৰত কোনো গুৰুত্ব নাই বন বিভাগ, পৰ্যটন বিভাগ,বোকাখাত মহকুমা প্ৰশাসনৰ।আচৰিত কথাটো হৈছে কাজিৰঙাৰ পৰ্যটনৰ মূল দ্বাৰ কহঁৰাত এতিয়া কদৰ্যময় পৰিবেশ।দেশী বিদেশী পৰ্যটকৰ অন্যতম পচন্দৰ ঠাই কাজিৰঙাৰ কহঁৰাৰ এই পৰিবেশে আচৰিত কৰিছে সচেতন লোকসকলক। পৰ্যটন বৰ্ষলৈ মাজত মাত্ৰ এটা মাহ বাকী থকা অৱস্থাত এই কদৰ্যময় পৰিবেশে চিন্তিত কৰিছে সকলোকে। বিধায়ক মৃণাল শইকীয়াও কাজিৰঙাৰ এই লেতেৰা পৰিবেশক লৈ টুইট কৰা পৰিলক্ষিত হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
তিনিচুকীয়াৰ ষ্টেট বেংকৰ সন্মুখত হঠাৎ এটা গুলী নিক্ষেপ, কথমপি প্ৰান ৰক্ষা
বুধবাৰে দিনত তিনিচুকীয়াৰ ষ্টেট বেংকৰ সন্মুখত হঠাৎ সৃষ্টি হয় এটা গুলীৰ শব্দ। তাৰ পাছতে...
BREAKING NEWS | થરાદ ધારાસભ્ય ના પારણા.. | 2022
BREAKING NEWS | થરાદ ધારાસભ્ય ના પારણા.. | 2022
Twitter bans Millions Indian Accounts
Twitter banned 11,32,228 accounts in India for violation of its guidelines, the...
मऊरानीपुर में बच्चा चोरी करने की फ्रॉक मे थे दंपत्ति,बुजुर्ग महिला के साहस से देखिए कैसे पकड़े गए
रानीपुर बच्चा चोर गिरोह हुआ सक्रिय बच्चा चोरी करने की फ्रॉक में थी दंपत्ति एक बुजुर्ग महिला के...