তিনিচুকীয়া জিলাত যানবাহন আইন কঠোৰভাৱে বলৱৎ কৰিবৰ বাবে জিলা পৰিবহন বিভাগে জিলাখনৰ বিভিন্ন এলেকাত তীব্ৰ অভিযান অব্যাহত ৰাখিছে ।
Sponsored
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
বুধবাৰে নিশা পৰিবহন বিভাগে জিলাখনৰ বিভিন্ন এলেকাত অভিযান চলাই অতিৰিক্ত বোজা কঢ়িওৱা চাৰিখনকৈ বাহন জব্দ কৰে ।
ইয়াৰ উপৰিও জিলাখনৰ বিভিন্ন এলেকাত যানবাহন আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে জিলা পৰিবহন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে ।