২০২২ বৰ্ষৰ হাইস্কুল শাক্ষান্ত পৰীক্ষাত এজনো ছাত্ৰ -ছাত্ৰী উত্তীৰ্ণ নোহোৱা ৩৪ খন বিদ্যালয় চৰকাৰে বন্ধ কৰিব বুলি ওলোৱা খবৰৰ পিছতে মৰানৰ এখন বিদ্যালয়ত শাক্ষক আৰুস্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বন্ধ কৰিব খোজা বিদ্যালয় বিলাকৰ ভিতৰত মৰানৰ সমীপৰ ১ং শিলপোতাস্থিত ছাত্ৰী কল্যান।উচ্চ মাধ্যমিক বিদ্যালয় খনো পৰিছে। ২০২২।বৰ্ষত এই বিদ্যালয় খনৰ মেট্ৰিকত উত্তীৰ্ণৰ হাৰ শূণ্য আছিল। ১৯৮২ স্থাপিত হোৱা বিদ্যালয় খনে স্বীকৃতি পাইছিল ১৯৯৩ চনত ।তেতিয়াৰ পৰা বিনা বেতনে শিক্ষাদানকৰি আহিছে। বিনা বেতনেৰে শিক্ষাদান কৰি অহাৰ পিছতো চৰকাৰে বিদ্যালয় খন বন্ধ কৰিব খোজাত শিক্ষক সকলৰ লগতে।স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। স্থানীয় ৰাইজৰ মতে চৰকাৰে আজিলৈকে স্কুলখনৰ কাৰনে কোনো অনুদান দি পোৱানাই।ৰাইজে দান বৰঙণিৰে স্কুল খনৰ আন্তঃ গাথনি নিম্নান কৰাৰ লগতে সকলো বিলাক চোৱা চিতা কৰে। এতিয়া স্কুলখন বন্ধ কৰিদিলে বিনা বেতনেৰেই শিক্ষকতাৰ পৰা বিদায় ল'ব লাগিব। তাৰ কাৰনে শিক্ষক সকল চিন্তিত হৈ পৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દાણીલીમડા થી ૧/૦૮/૨૦૨૩ ના રોજ એક વ્યકિતીને, ચોરીના 2. બાઈક સાથે, પકડી પાડતી અમદાવાદ ક્રાઈમ બ્રાન્ચ
દાણીલીમડા થી ૧/૦૮/૨૦૨૩ ના રોજ એક વ્યકિતીને, ચોરીના 2. બાઈક સાથે, પકડી પાડતી અમદાવાદ ક્રાઈમ બ્રાન્ચ
Tech Guru | मिड रेंज में धमाल मचाने आ रहा है OnePlus Nord CE4 और Nothing Phone 2a | Gadgets
Tech Guru | मिड रेंज में धमाल मचाने आ रहा है OnePlus Nord CE4 और Nothing Phone 2a | Gadgets
বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ উদ্যোগত ৩৯তম অভিৰুচি ক্ৰীড়া দিৱস উদযাপন
বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ উদ্যোগত ৩৯তম অভিৰুচি ক্ৰীড়া দিৱস উদযাপন৷ || ASSAM PATRIKA &ne⁷
कोटा जीआरपी पुलिस की बड़ी कार्रवाई खड़ी ट्रेन के एसी कोच से मोबाइल चोरी के मामले में किया गिरफ्तार
कोटा रेलवे स्टेशन पर खड़ी ट्रेन के एसी कोच से मोबाइल चोरी के एक मामले में...