নলবাৰী জিলাৰ বৰভাগৰ মৌৰাত এটি আকৰ্ষনীয় ভেলাঘৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে৷উল্লেখযোগ্য যে অঞ্চলটোৰ ৰাইজে এমাহজুৰি পথাৰৰ পৰা নৰা,বাহ,তামোল গছ যতনাই উক্ত ভেলাঘৰটো সাজি উলিৱাইছে৷ইমানে নহয় ভেলাঘৰটোৰ লগতে এদাল গছ আৰু গছত চাকোৱা পক্ষীৰ বাহ বনাই অধীক আকৰ্ষনীয় কৰি তুলিছে৷স্থানীয় ৰাইজৰ মতে উক্ত ভেলাঘৰটোৱে সমূহ অসমৰ ৰাইজলৈ এটি অসমৰ কৃষ্টি সংস্কৃতিৰ বাতৰি প্ৰেৰণ কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Big breaking જામનગર ના હાપા માર્કેટિંગ યાર્ડની બાજુમાં ચોખાના સરકારી ગોડાઉનમાં લાગી ભભૂકી
Big breaking જામનગર ના હાપા માર્કેટિંગ યાર્ડની બાજુમાં ચોખાના સરકારી ગોડાઉનમાં લાગી ભભૂકી
મહેસાણામાં પૂર્વ ગૃહ મંત્રી નરેશ રાવલ અને સી.આર.પાટીલ દ્વારા મહાદેવ ને બીલીપત્ર અર્પણ કર્યા
મહેસાણામાં પૂર્વ ગૃહ મંત્રી નરેશ રાવલ અને સી.આર.પાટીલ દ્વારા મહાદેવ ને બીલીપત્ર અર્પણ કર્યા
Chandrayaan 3 Landing: वैज्ञानिकों के ऐसे त्याग से सफल हुआ ISRO।। Rover Pragyan Video। Vikram Lander
Chandrayaan 3 Landing: वैज्ञानिकों के ऐसे त्याग से सफल हुआ ISRO।। Rover Pragyan Video। Vikram Lander
ঋণগ্ৰস্থ গ্ৰাহক সকলৰ বাবে সু-খবৰ।
ঋণগ্ৰস্থ গ্ৰাহক সকলৰ বাবে সু-খবৰ।
Top Trades Tomorrow: कल बाजार खुलने पर इन Stocks में दिखेगा Action, आज ही तैयार करें निवेश Strategy
Top Trades Tomorrow: कल बाजार खुलने पर इन Stocks में दिखेगा Action, आज ही तैयार करें निवेश Strategy