২০২২ বৰ্ষৰ হাইস্কুল শাক্ষান্ত পৰীক্ষাত এজনো ছাত্ৰ -ছাত্ৰী উত্তীৰ্ণ নোহোৱা ৩৪ খন বিদ্যালয় চৰকাৰে বন্ধ কৰিব বুলি ওলোৱা খবৰৰ পিছতে মৰানৰ এখন বিদ্যালয়ত শাক্ষক আৰুস্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বন্ধ কৰিব খোজা বিদ্যালয় বিলাকৰ ভিতৰত মৰানৰ সমীপৰ ১ং শিলপোতাস্থিত ছাত্ৰী কল্যান।উচ্চ মাধ্যমিক বিদ্যালয় খনো পৰিছে। ২০২২।বৰ্ষত এই বিদ্যালয় খনৰ মেট্ৰিকত উত্তীৰ্ণৰ হাৰ শূণ্য আছিল। ১৯৮২ স্থাপিত হোৱা বিদ্যালয় খনে স্বীকৃতি পাইছিল ১৯৯৩ চনত ।তেতিয়াৰ পৰা বিনা বেতনে শিক্ষাদানকৰি আহিছে। বিনা বেতনেৰে শিক্ষাদান কৰি অহাৰ পিছতো চৰকাৰে বিদ্যালয় খন বন্ধ কৰিব খোজাত শিক্ষক সকলৰ লগতে।স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। স্থানীয় ৰাইজৰ মতে চৰকাৰে আজিলৈকে স্কুলখনৰ কাৰনে কোনো অনুদান দি পোৱানাই।ৰাইজে দান বৰঙণিৰে স্কুল খনৰ আন্তঃ গাথনি নিম্নান কৰাৰ লগতে সকলো বিলাক চোৱা চিতা কৰে। এতিয়া স্কুলখন বন্ধ কৰিদিলে বিনা বেতনেৰেই শিক্ষকতাৰ পৰা বিদায় ল'ব লাগিব। তাৰ কাৰনে শিক্ষক সকল চিন্তিত হৈ পৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'माफ कीजिए, खारिज किया जाता है...' कर्नाटक के डिप्टी CM डीके शिवकुमार को 'सुप्रीम' झटका
नई दिल्ली। सुप्रीम कोर्ट ने सोमवार को कर्नाटक के उपमुख्यमंत्री डीके शिवकुमार को झटका दिया।...
सोनारी में रात धोखाधड़ी कर नौकरी देने वाला गिरफ्तार। करीब डेढ़ सौ लोगों से नौकरी के नाम पर पैसे लिए
*सोनारी में रात धोखाधड़ी कर नौकरी देने वाला गिरफ्तार। करीब डेढ़ सौ लोगों से नौकरी के नाम पर पैसे...
हेलमेट पहने, ट्रैफिक नियमों का पालन करें और जिंदगी के सफर को सुरक्षित रखें।
हेलमेट पहने, ट्रैफिक नियमों का पालन करें और जिंदगी के सफर को सुरक्षित रखें।
Car Care Tips: बहुत नाजुक होता है गाड़ी का ये हिस्सा! बड़े नुकसान से बचना है, तो हमेशा ध्यान रखें ये बातें
कार को सीधी धूप में पार्क करने से विंडशील्ड पर अत्यधिक तापमान का प्रभाव पड़ता है जिसकी वजह से...
নুমলীগড়ৰ লৱনঘাটত পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। মাটিৰ তলেৰে যোৱা পাইপ ফুটাই তেল চুৰি কৰাৰ ভয়ংকৰ কাণ্ড
নুমলীগড়ৰ লৱনঘাটত পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। মাটিৰ তলেৰে যোৱা পাইপ ফুটাই তেল চুৰি কৰাৰ ভয়ংকৰ...