৩১ তম শ্বহীদ দিবস🙏

 সংযুক্ত মুক্তি বাহিনী অসমৰ লাকুৱা নৱ নিৰ্মাণ কেন্দ্ৰত  আজি অনুষ্ঠিত সংগঠনটোৰ ৩১ তম শ্বহীদ দিৱস। অনুষ্ঠানত আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা প্ৰমুখ্যে সংগঠনটোৰ ভালে সংখ্যাক নেতা আৰু কেডাৰে উপস্থিত থাকি শ্বহীদ আলফা সদস্য সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।  আজি অসমৰ সমূহ নৱ নিৰ্মাণ কেন্দ্ৰতেই নিৰ্দ্ধাৰিত কাৰ্যসূচী অনুসৰি পালিত হয় এই দিৱশ।