জামুগুৰিহাটৰ পৌৰসভা এলেকাত আজি প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হব লগীয়া অত্যাধুনিক ব্যৱসায় গৃহৰ আধাৰশিলা স্থাপন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷