ঢকুৱাখনা বিধানসভা সমষ্টিত বিজেপিৰ ৰাষ্ট্ৰীয় সদস্যতা অভিযান শুভাৰম্ভ।প্ৰাথমিক সদস্যপদ গ্ৰহণ বিধায়ক নৱকুমাৰ দলেৰ। সংবাদমেলত অংশগ্ৰহণ বিধায়কগৰাকীৰ।ভাৰতীয় জনতা পাৰ্টিৰ "ৰাষ্ট্ৰীয় সদস্যতা অভিযান কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। এই উদ্দেশ্যেৰে বিজেপিৰ ঢকুৱাখনা জিলা সমিতিৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত পুনৰবাৰ দলৰ প্ৰাথমিক সদস্যপদ গ্ৰহণ কৰে বিধায়ক গৰাকীয়ে।জিলা সমিতি,মণ্ডল সমিতি আৰু মৰ্চাসমূহৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকলে দলৰ প্ৰাথমিক সদস্যতা পুনৰবাৰ গ্ৰহণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
এতিয়াও মঙলদৈত আওপুৰণি পদ্ধতিৰে শিক্ষা দান এখন বিদ্যালয়ত
এতিয়াও মঙলদৈত আওপুৰণি পদ্ধতিৰে শিক্ষা দান এখন বিদ্যালয়ত ৷তাহানিৰ গুৰুৱে শিষ্যক গছৰ তলত শিক্ষা...
જુનાગઢ ખાતે માર્ગ સલામતી સપ્તાહની ઉજવણી કરવામાં આવી…
જુનાગઢ ખાતે માર્ગ સલામતી સપ્તાહની ઉજવણી કરવામાં આવી…
कभी बीजेपी के खास रहे राहुल कस्वां ने मोदी सरकार की नीतियों पर खड़े किए सवाल
राजस्थान की चूरू लोकसभा सीट से कांग्रेस सांसद राहुल कस्वां ने केंद्र सरकार की नीतियों पर जमकर...
UP: फतेहपुर में बेकाबू कार चालक ने 4 को कुचला, पति-पत्नी समेत 3 की मौत
उत्तर प्रदेश के फतेहपुर जिले से दिल दहलाने वाली खबर सामने आई है. यहां एक बेकाबू कार चालक ने बाइक...