সোণাৰিৰ আৰক্ষীয়ে চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ মুখ্য গাণণিক বিষয়া ৩ আগষ্টত অমৃত গগৈক গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰাৰ পাছতেই হাহাকাৰ লাগিছে স্বাস্থ্য বিভাগত । বৰ্তমানেও তদন্ত অব্যাহত সোণাৰি আৰক্ষীৰ।স্বাস্থ্য বিভাগত ধনৰ বিনিময়ত ভুৱা নিযুক্তি প্ৰদান কৰা কুখ্যাত অমৃত গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱা নিশা পুনৰ সোণাৰি আৰক্ষীয়ে শিৱসাগৰ ষ্টেচন চাৰি আলিৰ পৰা গগৈৰ সহযোগী মামুদ ৰহমানক সোধপোছৰ বাবে আটক কৰিছে আৰু আজি জিলা আদালতত মামুদ ৰহমানক সোণাৰি আৰক্ষীয়ে হাজীৰ কৰোৱা পাচত জিলা আৰক্ষীয়ে দুদিনৰ কাৰণে মামুদ ৰহমানক ৰিমানদাৰত আনে । ইয়াকে লৈ সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ প্ৰতিক্ৰিয়া।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पंचायत समिति साधारण बोर्ड बैठक आयोजित केशोरायपाटन
पंचायत समिति साधारण बोर्ड बैठक आयोजितकेशोरायपाटन
पानी बिजली अतिक्रमण का मुद्रा छाया रहा हूं...
MONIN launches its second Indian flagship 'Experience Studio' in Bengaluru
MONIN launches its second Indian flagship 'Experience Studio' in Bengaluru
Exclusive | CP કચેરી પ્રાંગણમાં મહિલાઓ વચ્ચે મારામારી | Gujarat News | News18 Gujarati
Exclusive | CP કચેરી પ્રાંગણમાં મહિલાઓ વચ્ચે મારામારી | Gujarat News | News18 Gujarati
સૈન્યના વસ્ત્રો કે અન્ય ચીજવસ્તુઓનું બિનઅધિકૃત રીતે વેચાણ અને ઉપયોગ કરવા પર પ્રતિબંધ
ભુજ, બુધવારઃ
જિલ્લામાં વિવિધ શહેરોમાં/ગામોમાં સૈન્ય તથા અન્ય સશસ્ત્ર દળોના...