সোণাৰিৰ আৰক্ষীয়ে চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ মুখ্য গাণণিক বিষয়া ৩ আগষ্টত অমৃত গগৈক গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰাৰ পাছতেই হাহাকাৰ লাগিছে স্বাস্থ্য বিভাগত । বৰ্তমানেও তদন্ত অব্যাহত সোণাৰি আৰক্ষীৰ।স্বাস্থ্য বিভাগত ধনৰ বিনিময়ত ভুৱা নিযুক্তি প্ৰদান কৰা কুখ্যাত অমৃত গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱা নিশা পুনৰ সোণাৰি আৰক্ষীয়ে শিৱসাগৰ ষ্টেচন চাৰি আলিৰ পৰা গগৈৰ সহযোগী মামুদ ৰহমানক সোধপোছৰ বাবে আটক কৰিছে আৰু আজি জিলা আদালতত মামুদ ৰহমানক সোণাৰি আৰক্ষীয়ে হাজীৰ কৰোৱা পাচত জিলা আৰক্ষীয়ে দুদিনৰ কাৰণে মামুদ ৰহমানক ৰিমানদাৰত আনে । ইয়াকে লৈ সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ প্ৰতিক্ৰিয়া।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বামুনবাৰী ন-খাটত পথ দূৰ্ঘটনা: এজন আহত
ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ বামুনবাৰী আৰক্ষী চকীৰ।অন্তৰ্গত ন-খাটত সংঘটিত এক পথ দূৰ্ঘটনাত...
Anu Jain's Multibagger Stock Picks:10 के दमदार Trades में जानें आज कौन से Stocks भरेंगे दम?|Business
Anu Jain's Multibagger Stock Picks:10 के दमदार Trades में जानें आज कौन से Stocks भरेंगे दम?|Business
Deesa MLA Shashikant Pandya attacked | ડીસાના MLA શશીકાંત પંડ્યા પર જીવલેણ હુમલો
Deesa MLA Shashikant Pandya attacked | ડીસાના MLA શશીકાંત પંડ્યા પર જીવલેણ હુમલો
હેરણ નદીમાં પાણી આવતા રાજ વાસના આડબંધ ઓવર ફલો? RAJVASNA BODELI VARSAD
હેરણ નદીમાં પાણી આવતા રાજ વાસના આડબંધ ઓવર ફલો? RAJVASNA BODELI VARSAD
जि.पा.माजी अध्यक्ष अजय कंकडालवार यांनी जाणुन घेतल्या नागराम येथील पुरपिडीतांच्या समस्या
जि.प.माजी अध्यक्ष अजय कंकडालवार यांनी जाणून घेतल्या नागराम येथील पुरपिडीतांच्या समस्या.
...