কলাইগাওঁ চহৰৰ সাপ্তাহিক বজাৰৰ ভুমি বেদখল মুক্ত কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। কলাইগাওঁ আছুৰ নেতৃত্বত প্ৰায় শতাধিক নেতা কৰ্মীৰ লগতে ছাত্ৰ ছাত্ৰী । মঙ্গলদৈ-ভূটিয়াচাং পথৰ ওপৰত চৰকাৰ বিৰোধী ধ্বনীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আছু কৰ্মী সকলে বিজেপি চৰকাৰ হায় হায়,বিটিচি চৰকাৰ হায় হায় ধ্বনিৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। বহু বাৰ বেদখল মুক্ত কৰাৰ দাবীৰে কায্যসূচী গ্ৰহণ কৰাৰ পিছতো প্ৰশাসন তথা চৰকাৰে গুৰুত্ব আৰোপ নকৰাত ক্ষোভ প্ৰকাশ কৰে।আনহাতে ইমানৰ পিছতো যদি চৰকাৰে প্ৰতিবাদৰ ভাষা নুবুজে অনাগত দিনত জংঘী আন্দোলনৰ হুকাৰ প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
देवगिरी नागरी सहकारी बँक शाखा गंगापूर येथे सहकार मेळावा उत्साहात संपन्न
औरंगाबाद :- दि.१९ नो.(दीपक परेराव) दि. 14 नोव्हेंबर 22 ते दि.20 नोव्हेंबर 22 देवगिरी बँकेत सहकार...
শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে অসম চৰকাৰে সবল পদক্ষেপ গ্ৰহন কৰিছে : পাটোৱাৰী*
দৰঙৰ মঙলদৈস্থিত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত আনন্দৰাম বৰুৱা বঁটা প্ৰদান কাৰ্যসূচীত আজি...
Punjab News: सीएम मान का जालंधर दौरा, दी 283 करोड़ की सौगात | Bhagwant Maan | Aaj Tak News
Punjab News: सीएम मान का जालंधर दौरा, दी 283 करोड़ की सौगात | Bhagwant Maan | Aaj Tak News
કેશોદ તાલુકાના શેરગઢ ગામે સર્વરોગ નિદાન કેમ્પ યોજાયો
કેશોદ તાલુકાના શેરગઢ ગામે સર્વરોગ નિદાન કેમ્પ યોજાયો
US Market Rally Today |Top 20 Stocks: बाजार में कौन से स्टॉक्स से बनेगा पैसा? | Business News
US Market Rally Today |Top 20 Stocks: बाजार में कौन से स्टॉक्स से बनेगा पैसा? | Business News