কলাইগাওঁ চহৰৰ সাপ্তাহিক বজাৰৰ ভুমি বেদখল মুক্ত কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। কলাইগাওঁ আছুৰ নেতৃত্বত প্ৰায় শতাধিক নেতা কৰ্মীৰ লগতে ছাত্ৰ ছাত্ৰী । মঙ্গলদৈ-ভূটিয়াচাং পথৰ ওপৰত চৰকাৰ বিৰোধী ধ্বনীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আছু কৰ্মী সকলে বিজেপি চৰকাৰ হায় হায়,বিটিচি চৰকাৰ হায় হায় ধ্বনিৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। বহু বাৰ বেদখল মুক্ত কৰাৰ দাবীৰে কায্যসূচী গ্ৰহণ কৰাৰ পিছতো প্ৰশাসন তথা চৰকাৰে গুৰুত্ব আৰোপ নকৰাত ক্ষোভ প্ৰকাশ কৰে।আনহাতে ইমানৰ পিছতো যদি চৰকাৰে প্ৰতিবাদৰ ভাষা নুবুজে অনাগত দিনত জংঘী আন্দোলনৰ হুকাৰ প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Air Pollution: 'अगर आदेश का पालन नहीं किया गया तो...', SC ने हरियाणा और पंजाब सरकार को लगाई फटकार
वायु प्रदूषण को लेकर सुप्रीम कोर्ट लगातार सख्ती बरत रहा है। सुप्रीम कोर्ट ने हरियाणा सरकार को...
અંબાજી મંદિર પાસે પાચવડા રોડ i20 પલટી ખાઈ ગઈ
અંબાજી મંદિર પાસે પાચવડા રોડ i20 પલટી ખાઈ ગઈ
মৰাণহাটৰ বিভিন্ম সমস্যা সমাধানৰ দাবীলৈ বৃহত্তৰ মৰাণ উন্নয়ণ সমিতিৰ সম্পাদকৰ মাহমৰা ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান।
চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ।অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবী।জনাই বৃহত্তৰ...
মুম্বাইত অনুষ্ঠিত হোৱা Royal Diva World প্ৰতিযোগিতাত খিতাপ অৰ্জন গোলাঘাটৰ ইষা ঘোষ
মুম্বাইত অনুষ্ঠিত হোৱা Royal Diva World প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি গোলাঘাট তথা অসমলৈ গৌৰৱ...