নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত মৌৰা গাৱঁৰ মাকনী কলিতা নামৰ ৫৩ বছৰীয়া মহিলা এগৰাকীৰ আজি সৰ্পদংশনৰ ফলত চিকিৎসাধীন অৱস্থাত জি এম চি এইচত মৃত্যু হয়৷উল্লেখ্য যে যোৱা ১৮ আগষ্টত মহিলা গৰাকীক বিষাক্ত সৰ্পই দংশন কৰাৰ পিচতে নলবাৰী হস্পিতাললৈ নিয়া হয় যদিও আৰোগ্য লাভ নকৰাত জি এম চিলৈ প্ৰেৰণ কৰে৷তাতে চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जानिए Income Tax Raid से डरे बिना घर पर कितना पैसा और सोना रख सकते हैं | Income Tax Guidelines
जानिए Income Tax Raid से डरे बिना घर पर कितना पैसा और सोना रख सकते हैं | Income Tax Guidelines
गहलोत सकार में बने 17 नए जिले और 3 संभाग के लिए मंत्रिमंडलीय उप समिति का गठन, डिप्टी सीएम प्रेमचंद्र बैरवा बने संयोजक
राजस्थान में पिछले साल 17 नए जिलों का गठन किया गया था. पूर्ववर्ती कांग्रेस सरकार ने प्रदेश में 17...
આ કેવો અવકાશી નજારો ! આકાશમાં પ્રકાશ ફેંકતી વસ્તુ જોવા મળતા કુતુહલ સર્જાયું.. જુઓ Video
આ કેવો અવકાશી નજારો ! આકાશમાં પ્રકાશ ફેંકતી વસ્તુ જોવા મળતા કુતુહલ સર્જાયું.. જુઓ Video
Today "INDIA FOOD SAFETY CONCLAVE" held in Bangalore International Center.
June 21, 2024
Today "INDIA FOOD SAFETY CONCLAVE" held in Bangalore International Center. This...
দৰঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত ৰেগিং কাণ্ডৰ ঘটনাৰ বিষয়ে মুখ খুলিলে জৱাহৰ নবোদয় বিদ্যালয়ৰ অধ্যক্ষই
দৰঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত সংঘটিত ২৫ আগষ্টৰ ৰেগিং কাণ্ডৰ ঘটনাৰ বিষয়ে মুখ খুলিলে জৱাহৰ নবোদয়...