দৰঙৰ খাৰুপেটীয়া ত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত ঘেনামাৰী গাওঁৰ তাহেৰ আলীক (৫০) নিশা দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যায় লাল ঝুৰাত। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে অচিনাকী দুৰ্বৃত্তৰ দল এটাই নিশা তেওঁৰ ঘৰ লুট-পাট কৰি প্ৰায় ৩ লাখ টকা নিয়ে। দুৰ্বৃত্তৰ দলটোক চিনাক্ত কৰাৰ বাবে ঘৰৰ পৰা টানী চুচৰাই নি হত্যা কৰে ব্যক্তি গৰাকীক । হত্যাকৰি ঘেনামাৰীস্থিত লালঝুৰাত পেলাই থৈ যায় মৃতদেহ। পুৱাই মাছমৰীয়া এজনে নদীত মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে পৰিয়ালৰ লোকক । লগে লগে খাৰুপেটীয়া আৰক্ষীক খবৰ দিয়াত মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসাললৈ প্ৰেৰণ কৰে । নিশাৰ আন্ধাৰত তাহেৰ আলীক হত্যাকৰা দুৰ্বৃত্তক অতি সোনকালে চিনাক্ত কৰি শাস্তি দিবলৈ দাবী জনাইছে পৰিয়ালৰ লোকে।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  কামৰূপ জিলাৰ কেইবাখনো সত্ৰ পৰিদৰ্শন কৰি বৰ্তমান অৱস্থাৰ বুজ ল’লে সত্ৰ আয়োগেঃ সঠিক আৰু সম্পূৰ্ণ তথ্য দিবলৈ আহ্বান অধ্যক্ষ প্ৰদীপ হাজৰিকাৰ 
 
                      কামৰূপ জিলাৰ কেবাখনো সত্ৰ পৰিদৰ্শন কৰি আয়োগে বৰ্তমান অৱস্থাৰ বুজ লোৱাৰ লগতে সঠিক আৰু সম্পূৰ্ণ...
                  
   paresh dhanani મતગણતરી સેન્ટર ઉપર બન્ને ઉમેદવાર સાથે પરેશ ધાનાણી એ હાર સ્વીકારી 
 
                      paresh dhanani મતગણતરી સેન્ટર ઉપર બન્ને ઉમેદવાર સાથે પરેશ ધાનાણી એ હાર સ્વીકારી
                  
   प्रयागराज हाईकोर्ट पांच एडीशनल को मिला प्रमोशन 
 
                      ब्रेकिंग
 
 
प्रयागराज।
इलाहाबाद हाईकोर्ट के पांच एडीशनल जजों को मिला प्रमोशन,
 ...
                  
   હવામાનમા આવેલ પલટાના કારણે પડેલ વરસાદ સાથે આજે સવાર થી વાતાવરણ મા ધુમ્મસ છવાયુ 
 
                      હવામાનમા આવેલ પલટાના કારણે પડેલ વરસાદ સાથે આજે સવાર થી વાતાવરણ મા ધુમ્મસ છવાયુ
                  
   સુરેન્દ્રનગરમાં બુટલેગરો બન્યા બેફામ 
 
                      #buletinindia #gujarat 
                  
   
  
  
   
  
   
   
  