নলবাৰী জিলাৰ ঘগ্ৰাপাৰ দামোদৰধাম বিজুলীঘাট পথৰ বৰভাগৰ আঠঘৰিয়া দলংৰ দুই এপ্ৰোচত কোনো প্ৰতিবন্ধকতাৰ ব্যবস্থা নথকাত মৰণফান্দৰ নিচিনা হৈছে৷উল্লেখযোগ্য যে নলবাৰী মেডিকেল কলেজ সংযোগী উক্ত পথটো নিৰ্মাণৰ কাৰ্য্য গৌতম কনষ্ট্ৰাকশ্বনে কৰি আছে৷সেয়েহে অঞ্চলবাসী ৰাইজে উক্ত দলংখনৰ দুয়ো এপ্ৰোচত প্ৰতিবন্ধকৰ ব্যবস্থা কৰিবলৈ দাবী জনাইছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মেঘালয়ৰ বৰাপানীত অনুষ্ঠিত হৈ থকা RISING SUN WATER FESTIVAL 2022ত বৰ্ণাঢ্য কাৰ্যসূচী
মেঘালয়ৰ বৰাপানীত অনুষ্ঠিত হৈ থকা RISING SUN WATER FESTIVAL 2022ত বৰ্ণাঢ্য কাৰ্যসূচী
অসম চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
ৰাজ্যৰ ড০ হিমন্ত বিশ্বশৰ্মাৰ অধ্যক্ষতাত শুকুৰবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত ভূমি...
सिद्धू मूसेवाला के आखिरी गाने से घबराई सरकार:SYL और खालिस्तान पर बागी तेवर दिखाए, 72 घंटे में 2.7 करोड़ views; SYL है क्या?
पंजाबी गायक सिद्धू मूसेवाला की हत्या के ठीक 24 दिन बाद यानी 23 जून 2022 को यूट्यूब पर...
મહુવા તાલુકા સેવા સદનના આઉટસોર્સિંગના કર્મચારીઓ દ્વારા હડતાળ
મહુવા તાલુકા સેવા સદનના આઉટસોર્સિંગના કર્મચારીઓ દ્વારા હડતાળ