নলবাৰী জিলাৰ ঘগ্ৰাপাৰ দামোদৰধাম বিজুলীঘাট পথৰ বৰভাগৰ আঠঘৰিয়া দলংৰ দুই এপ্ৰোচত কোনো প্ৰতিবন্ধকতাৰ ব্যবস্থা নথকাত মৰণফান্দৰ নিচিনা হৈছে৷উল্লেখযোগ্য যে নলবাৰী মেডিকেল কলেজ সংযোগী উক্ত পথটো নিৰ্মাণৰ কাৰ্য্য গৌতম কনষ্ট্ৰাকশ্বনে কৰি আছে৷সেয়েহে অঞ্চলবাসী ৰাইজে উক্ত দলংখনৰ দুয়ো এপ্ৰোচত প্ৰতিবন্ধকৰ ব্যবস্থা কৰিবলৈ দাবী জনাইছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વન વિભાગ દ્વારા નાઈટ પેટ્રોલિંગ હાથ ધરવામાં આવ્યું
વન વિભાગ દ્વારા નાઈટ પેટ્રોલિંગ હાથ ધરવામાં આવ્યું
કોલેજમાં પ્રાકૃતિક ખેતી અંગેનો કાર્યક્રમ યોજાયો
તળાજા શહેરમાં આવેલ સરકારી વિનયન કોલેજ ખાતે પ્રાકૃતિક ખેતી માટેનો કાર્યક્રમ યોજાયો
ભારત...
সোণাৰিৰ এটা চৰকাৰী কাৰ্যালয় য'ত উপস্থিত নাথাকে বিষয়া কৰ্মচাৰী
সোণাৰিৰ এখন চৰকাৰী কাৰ্যালয় যত উপস্থিত নেথাকে বিষয়া কৰ্মচাৰী
Pakistan: इमरान खान की बढ़ सकती हैं मुश्किलें, सैन्य अदालत में चलेगा मुकदमा; पाकिस्तानी सेना करेगी फैसला
इस्लामाबाद, तहरीक-ए-इंसाफ पार्टी के प्रमुख और पाकिस्तान के पूर्व प्रधानमंत्री इमरान खान की...