বিগত প্ৰলয়ংকৰী বানে বিভিষিকা সৃষ্টি কৰা বৰলীয়া নৈৰ পূৱদিশৰ প্ৰায়বোৰ পথে চিঙি ভাঙি একপ্ৰকাৰ যোগাযোগ বিচিন্ন কৰি দিছিল কামৰূপ আৰু নলবাৰী জিলাৰ সীমান্তবৰ্তী বাহাৰঘাট অঞ্চলক৷পথৰ গাত সমূহ মৰণফাণ্ড হৈ আছে পথচাৰীৰ বাবে৷সেয়েহে ৰাইজে শিঘ্ৰে বিধস্ত পথ সমূহ শিঘ্ৰে মেৰামতিৰ  দাবী জনাইছে৷