বিগত প্ৰলয়ংকৰী বানে বিভিষিকা সৃষ্টি কৰা বৰলীয়া নৈৰ পূৱদিশৰ প্ৰায়বোৰ পথে চিঙি ভাঙি একপ্ৰকাৰ যোগাযোগ বিচিন্ন কৰি দিছিল কামৰূপ আৰু নলবাৰী জিলাৰ সীমান্তবৰ্তী বাহাৰঘাট অঞ্চলক৷পথৰ গাত সমূহ মৰণফাণ্ড হৈ আছে পথচাৰীৰ বাবে৷সেয়েহে ৰাইজে শিঘ্ৰে বিধস্ত পথ সমূহ শিঘ্ৰে মেৰামতিৰ দাবী জনাইছে৷
Sponsored
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं