মৰান পৌৰসভাৰ ৬নং ৱাৰ্ডত ২১ টা সৌৰ চালিত ষ্ট্ৰীট লাইটৰ আধাৰশিলা উদ্বোধন কৰে অসম।চৰকাৰৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থা পনা আৰু পাৰ্বত্য অঞ্চলৰ উন্নয়ন মন্ত্ৰী যোগেন মহনৰ। আজি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মৰান পৌৰসভাৰ ৬নং ৱাৰ্ডৰ ২নং কলেজ পথত এই সৌৰচালিত ষ্টীট লাইট আচঁনিৰ শুভাৰম্ভ কৰে। পঞ্চদশ বিত্তীয় আয়োগৰ ২০২১-২২ বৰ্ষৰ অনিৰ্দ্ধাৰিত পুজিৰ ৫৭৩৮৮৮ টকাৰে এই আঁচনি ৰূপায়ন কৰাহব। আধাৰ শিলা।অনুষ্ঠানত মন্ত্ৰী যোগেন মহনৰ লগতে ৰাজ্যিক মহিলা মৰ্চাৰ কাৰ্য্যনিৰ্বহক সদস্যা অলি মহন , মৰান পৌৰ সভাৰ সভাপতি অৰূপ দত্ত, উপপৌৰপতি উদয় শংকৰ গগৈ বিজেপি গ্ৰাম্য মণ্ডলৰ সভাপতি হৰেন গগৈ সহ বহুকেইজন দলীয় কাৰ্য্যকৰ্তা উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোলাঘাটৰ আধাৰসত্ৰৰ ৰাসত দৈৱকী চৰিত্ৰ ৰূপায়ন কৰিব মোহময়ী অভিনেত্ৰী অমৃতা গগৈয়ে
গোলাঘাটৰ আধাৰসত্ৰত দৈৱকী চৰিত্ৰ ৰূপায়ন কৰিব মোহময়ী অভিনেত্ৰী অমৃতা গগৈও ব্যস্ত ৰামৰ আখৰাত।
अक्टूबर में रहा Yamaha की इस धांसू बाइक का जलवा बिकी सबसे अधिक यूनिट्स, जानें इसमें क्या कुछ खास
यामाहा FZ में कंपनी के पास कुल चार मॉडल है। इसमें FZS 25 FZ 25 FZS FI और FZ FI शामिल हैं। इसमें...
"হৰ ঘৰ তিৰংগা" আজাদী কা অমৃত মহোৎসৱ উপলক্ষে মানকাচৰত শোভাযাত্রা
হৰ ঘৰ তিৰংগা" আজাদী কা অমৃত মহোৎসৱ উপলক্ষে মানকাচৰত শোভাযাত্রা
मदरसा गौसिया के बच्चो ने तलवास के गुरुकुल अग्निकंाड मे जान गंवा चुके व जैसलमेर में हत्या के शिकार बच्चों को श्रद्धांजलि की अर्पित
बूंदी। जिले के तलवास स्थित गुरुकुल में हुई दुखद अग्निकांड में जान गंवा चुके मृतक छात्र रितेश...
কাকপথাৰৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ গৌৰৱ কঢ়িয়াই আনিলে পদ্মজিৎ মৰাণে। অভিনন্দন জ্ঞাপন দল সংগঠন আৰু কাকপথাৰবাসীৰ
কাকপথাৰৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ গৌৰৱ কঢ়িয়াই আনিলে পদ্মজিৎ মৰাণে। অভিনন্দন জ্ঞাপন দল সংগঠন আৰু...