মৰান পৌৰসভাৰ ৬নং ৱাৰ্ডত ২১ টা সৌৰ চালিত ষ্ট্ৰীট লাইটৰ আধাৰশিলা উদ্বোধন কৰে অসম।চৰকাৰৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থা পনা আৰু পাৰ্বত্য অঞ্চলৰ উন্নয়ন মন্ত্ৰী যোগেন মহনৰ। আজি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মৰান পৌৰসভাৰ ৬নং ৱাৰ্ডৰ ২নং কলেজ পথত এই সৌৰচালিত ষ্টীট লাইট আচঁনিৰ শুভাৰম্ভ কৰে। পঞ্চদশ বিত্তীয় আয়োগৰ ২০২১-২২ বৰ্ষৰ অনিৰ্দ্ধাৰিত পুজিৰ ৫৭৩৮৮৮ টকাৰে এই আঁচনি ৰূপায়ন কৰাহব। আধাৰ শিলা।অনুষ্ঠানত মন্ত্ৰী যোগেন মহনৰ লগতে ৰাজ্যিক মহিলা মৰ্চাৰ কাৰ্য্যনিৰ্বহক সদস্যা অলি মহন , মৰান পৌৰ সভাৰ সভাপতি অৰূপ দত্ত, উপপৌৰপতি উদয় শংকৰ গগৈ বিজেপি গ্ৰাম্য মণ্ডলৰ সভাপতি হৰেন গগৈ সহ বহুকেইজন দলীয় কাৰ্য্যকৰ্তা উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MBA Chaiwala Prafull Billore के पीछे फिर पड़े लोग, Farmers Protest 2024 से क्यों जोड़ा? | Social List
MBA Chaiwala Prafull Billore के पीछे फिर पड़े लोग, Farmers Protest 2024 से क्यों जोड़ा? | Social List
ખાંભા ના સ્વામિનારાયણ મંદિરે કુષ્ણ જન્મ ઉત્સવ ની ભવ્ય ઉજવણી કરવામાં આવી
ખાંભા ના સ્વામિનારાયણ મંદિરે કુષ્ણ જન્મ ઉત્સવ ની ભવ્ય ઉજવણી કરવામાં આવી
Mumbai: पाइप लाइन फटी, 8 मंजिल से ऊपर गई धार, फिर क्या हुआ | Hindi news | Mumbai news
Mumbai: पाइप लाइन फटी, 8 मंजिल से ऊपर गई धार, फिर क्या हुआ | Hindi news | Mumbai news
Morbi | Gujarat varal | વીડિયો મોરબી પુલ દુર્ધટના @GoodDayGujarat
Morbi | Gujarat varal | વીડિયો મોરબી પુલ દુર્ધટના @GoodDayGujarat