মাজুলীত আৰম্ভ হৈছে চতুৰ্থ বৰ্গৰ পৰীক্ষা পৰীক্ষা নিয়াৰিকৈ সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনৰ তৎপৰতা

আজা মাজুলী জিলাৰ ২৯ টা পৰীক্ষা কেন্দ্ৰত ৬৩৯৬ গৰাকী পৰিক্ষাৰ্থীৰ ভাগ্য নিৰ্ণয় হব ৷ আজি পুৱা ৮ বজাৰ পৰা মাজুলীৰ পৰিক্ষা কেন্দ্ৰ সমুহত আৰম্ভ হৈছে পৰীক্ষা ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত সুকলমে সম্পন্ন পৰীক্ষা ৷