জীৱনত "মানুহ" হোৱাৰ পাঠ লাভ কৰা অসমৰ উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰং মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আজিৰ দিনটোত শিক্ষাৰ মন্দিৰ খনত ওখল মাখল পৰিবেশ। দৰঙিয়ান হিচাপে আজি সকলো ছাত্ৰ-ছাত্ৰী লগতে শিক্ষয়- শিক্ষয়িত্ৰী গৌৰৱান্বিত।গীতে মাতে মুখৰিত মহাবিদ্যালয়ৰ চৌহদ। আজি প্ৰতিষ্ঠা দিৱসৰ দিনটোত দৰং মহাবিদ্যালয় খনক বিশ্ববিদ্যালয়ৰ পয্যায়লৈ উন্নত কৰিবলৈ দাবী জনাইছে। আজি ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ে ৭৮ সংখ্যক গৌৰৱ উজ্বল বৰ্ষত ঊপনীত হ'ল। সেয়েহে আজি দৰং মহাবিদ্যালয়ত বিভিন্ন কাৰ্যসূচীৰ লগতে এক বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়। বৃক্ষৰোপন কৰে কাজিৰঙা বনাঞ্চলৰ বন বিষয়া ৰমেশ গগৈয়ে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সম্বধনা অনুষ্ঠান আৰু নৃত্য গীতৰ অনুষ্ঠানো অনুষ্ঠিত হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন
সদ্যঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে...
तेजाजी महाराज की लीला मंचन के साथ बांक्या गांव में तेजाजी मेले का समापन
ग्राम पंचायत किशोरपुरा के बांक्या गांव में चल रहे पंच दिवसीय श्री वीर तेजाजी महाराज भव्य मेले का...
Lok Sabha Elections 2024: Amethi से Rahul Gandhi के चुनाव ना लड़ने पर Sanjay Nirupam ने दिया बयान
Lok Sabha Elections 2024: Amethi से Rahul Gandhi के चुनाव ना लड़ने पर Sanjay Nirupam ने दिया बयान
মৰাণৰ ৰাজপথত জ্বলিল বিজেপি নেত্ৰী আঙুৰলতাৰ প্ৰতিমূৰ্তি
মৰাণৰ ৰাজপথত জ্বলিল বিজেপি নেত্ৰী আঙুৰলতাৰ প্ৰতিমূৰ্তি
ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি...
તરણેતરના ખાતે વિશ્વ પ્રસિદ્ધ તરણેતરનો ભાતીગળ લોકમેળો ચાલુ વર્ષે પણ પરંપરાગત રીતે યોજાશે
તરણેતરના ખાતે વિશ્વ પ્રસિદ્ધ તરણેતરનો ભાતીગળ લોકમેળો ચાલુ વર્ષે પણ પરંપરાગત રીતે યોજાશે